পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ । Chapter 10 | Class 10 General Science Lesson 10 Question and Answer Assam | Assamese Medium Class 10 Science Solution | দশম মান শ্ৰেণীৰ বিজ্ঞান অধ্যায় ১০ পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

Chapter 10

পোহৰ – প্ৰতিফলন আৰু প্ৰতিসৰণ

প্ৰশ্নাৱলীঃ

1. অৱতল দাপোণৰ মুখ্য ফ’কাছৰ সংজ্ঞা দিয়া ।

উত্তৰঃ

2. গোলাকাৰ দাপোণ এখনৰ ভাঁজ ব্যাসাৰ্ধ 20 ছেমি। ইয়াৰ ফ’কাছ দৈৰ্ঘ্য কিমান ?

উত্তৰঃ

3. এখন দাপোণৰ নাম কোৱা, যিখনে থিয় আৰু  বিবৰ্ধিত প্ৰতিবিম্ব গঠন কৰে।

উত্তৰঃ 

4. গাড়ীৰ পিছলৈ চোৱা দাপোণ হিচাপে উত্তল দাপোন কিয় পছন্দ কৰা হয়?

উত্তৰঃ 

প্ৰশ্নাৱলীঃ

1. 32 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা।


2. অৱতল দাপোণ এখনে ইয়াৰ সম্মুখত 10 cm দূৰত্বত ৰখা বস্তু এটাৰ তিনিগুণে বিবৰ্ধিত সৎ প্ৰতিবিম্ব গঠন কৰে। প্ৰতিবিম্বটোৰ অৱস্থান কি ?

প্ৰতিবিম্বৰ দূৰত্ব হ’ব দাপোণৰ পৰা সন্মুখত 30 cm আঁতৰত।
 প্ৰশ্নাৱলীঃ
1. পোহৰৰ ৰশ্মি এডাল বায়ুৰ পৰা হেলনীয়াকৈ  পানীত প্ৰৱেশ কৰিছে। পোহৰৰ ৰশ্মিডাল উলম্বৰ পৰা আঁতৰলৈ  বেঁকা হ’ব ? কিয় ?

3. তালিকা 10.3 ৰ পৰা সৰ্বোচ্চ আলোকী ঘনত্বৰ মাধ্যমটো নিৰ্ণয় কৰা। আটাইতকৈ কম আলোকী ঘনত্বৰ মাধ্যমটোও নিৰ্ণয় কৰা।

4. তোমাক কেৰাচিন, টাৰপেনটাইন আৰু পানী দিয়া হৈছে। এই মাধ্যম কেইটাৰ কোনটোত পোহৰৰ দ্ৰুতি সৰ্বোচ্চ ? তালিকা-10.3 ত দিয়া তথ্য ব্যৱহাৰ কৰা।

5. হীৰাৰ প্ৰতিসৰণাংক 2.42 । এই উক্তিটোৰ অৰ্থ কি ?

উত্তৰঃ

প্ৰশ্নাৱলীঃ
1. লেনছ এখনৰ 1 ডায়’প্টাৰ ক্ষমতাৰ সংজ্ঞা দিয়া।
উত্তৰঃ 1m ফ’কাছ (f) দৈৰ্ঘ্যবিশিষ্ট লেনছৰ ক্ষমতাক 1 ডায়’প্টাৰ (D) বোলে।

2. উত্তল লেনছ এখনে বেজী এটাৰ সৎ আৰু ওলোটা প্ৰতিবিম্ব তাৰ পৰা 50 ছেমি দূৰত্বত গঠন কৰে। যদি প্ৰতিবিম্বৰ আকাৰ লক্ষ্যবস্তুৰ আকাৰৰ সমান হয়, তেন্তে লক্ষ্যবস্তুটো উত্তল লেনছৰ সম্মুখত ক’ত ৰখা হৈছিল ? নিৰ্ণয় কৰা।

3. 2m ফ’কাছ  দৈৰ্ঘ্যৰ অৱতল লেনছ এখনৰ ক্ষমতা নিৰ্ণয় কৰা।

উত্তৰঃ 

অনুশীলনীঃ

1. তলত দিয়া কোনটো পদাৰ্থ লেনছ তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰিব নোৱাৰি ?

(a) পানী (b) কাঁচ (c) প্লাষ্টিক (d) মৃত্তিকা (clay)

উত্তৰঃ

2. অৱতল দাপোণ এখনে গঠন কৰা প্ৰতিবিম্বটো অসৎ, থিয় আৰু লক্ষ্যবস্তুতকৈ ডাঙৰ পোৱা গ’ল। লক্ষ্যবস্তুৰ অৱস্থান ক’ত হ’ব লাগিব ?

(a) মুখ্য ফ’কাছ আৰু ভাঁজ ব্যাসাৰ্ধৰ মাজত

(b) ভাঁজ কেন্দ্ৰত

(c) ভাঁজ কেন্দ্ৰৰ বাহিৰত

(d) দাপোণৰ মেৰু আৰু তাৰ মুখ্য ফ’কাছৰ মাজত।

উত্তৰঃ

3. লক্ষ্যবস্তুৰ সমান আকাৰৰ সৎ প্ৰতিবিম্ব পাবলৈ হ’লে লক্ষ্যবস্তুটো  উত্তল লেনছৰ সম্মুখত কোন স্থানত ৰাখিব লাগিব ?

(a) লেনছৰ মুখ্য ফ’কাছত

(b) ফ’কাছ দৈৰ্ঘ্যৰ দুগুণ দূৰত্বত

(c) অসীমত

(d) লেনছৰ আলোক কেন্দ্ৰ আৰু মুখ্য ফ’কাছৰ মাজত ।

উত্তৰঃ

4. এখন গোলাকাৰ দাপোণ আৰু  এখন ক্ষীণ গোলাকাৰ লেনছ প্ৰত্যেকৰে ফ’কাচ দৈৰ্ঘ্য -15 cm । দাপোণ আৰু লেনছৰ প্ৰকৃত কেনেকুৱা হ’ব পাৰে ?

(a) দুয়োখন অবতল

(b) দুয়োখন উত্তল

(c) দাপোণখন অৱতল লেনছখন উত্তল

(d) দাপোণখন উত্তল লেনছখন অৱতল ।

উত্তৰঃ

5. দাপোণ এখনৰ পৰা যিমানে দূৰত থিয় নোহোৱা  লাগে প্ৰতিবিম্বটো সদায় থিয় হয়। দাপোণখন কেনেকুৱা হ’ব পাৰে ?

(a) সমতল  (b) অৱতল (c) উত্তল  (d) হয় সমতল নতুবা উত্তল ।

উত্তৰঃ

6. অভিধানত থকা সৰু সৰু আখৰবোৰ পঢ়িবলৈ তুমি কেনে ধৰণৰ লেনছ ব্যৱহাৰ কৰিবলৈ বিচাৰিবা ?

(a) 50 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

(b) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

(c) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল লেনছ

(d) 5 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ

উত্তৰঃ

7. 50 ছেমি ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখন ব্যৱহাৰ কৰি  আমি লক্ষ্যবস্তু এটাৰ থিয় প্ৰতিবিম্ব পাব বিচাৰিছো। দাপোণৰ পৰা লক্ষ্যবস্তুৰ দূৰত্বৰ পৰিসৰ কিমান হোৱা উচিত ?  প্ৰতিবিম্বৰ প্ৰকৃতি কি হ’ব ?  প্ৰতিবিম্বটো লক্ষ্যবস্তুতকৈ ডাঙৰ নে সৰু ? এই ক্ষেত্ৰত প্ৰতিবিম্বৰ গঠন দেখুৱাবৰ বাবে এটা ৰশ্মি চিত্ৰ আঁকা ।

উত্তৰঃ

8. তলত দিয়া পৰিস্থিতি সমূহত ব্যৱহাৰ কৰা দাপোণৰ প্ৰকাৰ লিখা 

(a) গাড়ীৰ হেডলাইট 

উত্তৰঃ

(b) গাড়ীৰ পিছলৈ চোৱা দাপোণ

উত্তৰঃ

(c) সৌৰ ভাঁতী ।

উত্তৰঃ

9. উত্তল লেনছ এখনৰ অৰ্ধাংশ কলা কাগজেৰে ঢাকি দিয়া হ’ল। এই লেনছখনে বস্তু এটাৰ সম্পূৰ্ণ প্ৰতিবিম্ব গঠন কৰিবনে ? 

উত্তৰঃ

10. 5 cm দৈৰ্ঘ্যৰ বস্তু এটা 10 cm ফ’কাচ দৈৰ্ঘ্যৰ অভিসাৰী লেনছ এখনৰ পৰা 25 cm দূৰত্বত ৰখা হ’ল। ইয়াৰ ৰশ্মিচিত্ৰ আঁকা আৰু গঠিত প্ৰতিবিম্বৰ আৱস্থান, আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা ।

উত্তৰঃ

11. 15cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল লেনছ এখনে তাৰ পৰা 10 cm দূৰত্বত প্ৰতিবিম্ব এটা গঠন কৰে। লক্ষ্যবস্তুটো লেনছৰ পৰা কিমান দূৰত্বত আছে ?উত্তৰঃ

12. 15cm ফ’কাছ দৈৰ্ঘ্যৰ উত্তল দাপোণ এখনৰ পৰা 10 cm দূৰত্ব বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান আৰু প্ৰকৃতি নিৰ্ণয় কৰা।

উত্তৰঃ

13. সমতল দাপোণে +1 বিবৰ্ধন দিয়ে। ইয়াৰ অৰ্থ কি ?

উত্তৰঃ

14. 30 cm ভাঁজ ব্যাসাৰ্ধৰ উত্তল দাপোণ এখনৰ সম্মুখত 20 cm দূৰত্বত 5 ছেমি দৈৰ্ঘ্যৰ বস্তু এটা ৰখা হ’ল। প্ৰতিবিম্বৰ অৱস্থান, ইয়াৰ প্ৰকৃতি আৰু আকাৰ নিৰ্ণয় কৰা।

উত্তৰঃ

∴  প্ৰতিবিম্ব অসৎ, থিয় আৰু দাপোণৰ পিছফালে অৱস্থিত।

উত্তৰঃ

15. 18 cm ফ’কাছ দৈৰ্ঘ্যৰ অৱতল দাপোণ এখনৰ সম্মুখত 27cm দূৰত্বত 7cm আকাৰৰ বস্তু এটা ৰখা  হৈছে। দাপোণখনৰ পৰা কিমান দূৰত্বত পৰ্দা এখন ৰাখিলে তাত স্পষ্টকৈ গঠন হোৱা কৰা প্ৰতিবিম্ব এটা পোৱা যাব ? প্ৰতিবিম্বৰ আকাৰ আৰু প্ৰকৃতি নিৰ্ণয় কৰা।
উত্তৰঃ 

16. -2.0 D ক্ষমতাৰ লেনছ এখনৰ ফ’কাছ দৈৰ্ঘ্য কিমান ? লেনছখনৰ প্ৰকৃতি কেনেকুৱা ?

17. ডাক্তৰ এজনে বিধান দিয়া সংশোধনীমূলক  লেনছৰ ক্ষমতা  + 1.50 । লেনছখনৰ ফ’কাছ দৈৰ্ঘ্য নিৰ্ণয় কৰা এই লেনছখন অভিসাৰী নে অপসাৰী ?উত্তৰঃ

সৌৰভ বৰা (Sourav Bora)