কালিকা লগা পাট-কাপোৰ । অধ্যায় ২ । Class 7 Assamese Lesson 2 Question and Answer Assam | SCERT Class 7 Assamese Chapter 2 Solution | Class VII Assamese Chapter 2 Answer | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ২ কালিকা লগা পাট-কাপোৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

কালিকা লগা পাট-কাপোৰ    

২) উত্তৰ দিয়া।
(ক) চহকী মানুহজন কোন দেশৰ আছিল?
উত্তৰঃ চহকী মানুহজন আচিক দেশৰ আছিল।

(খ) চহকী মানুহজনৰ ছোৱালীজনীৰ কাৰ লগত বিয়া হৈছিল?
উত্তৰঃ চহকী মানুহজনৰ ছোৱালীজনী এজন দেখনিয়াৰ ডেকাৰ লগত বিয়া হৈছিল।

(গ) ছোৱালীজনীক আন আন সম্পতিৰ লগতে আৰু কি দিয়া হৈছিল?
উত্তৰঃ ছোৱালীজনীক আন আন সম্পতিৰ লগতে এখন কালিকা লগা বনকৰা পাট-কাপোৰ দিছিল।

(ঘ) কালিকালগা কাপোৰখন দিওঁতে দেউতাকে কি কৈছিল?
উত্তৰঃ কালিকালগা কাপোৰখন দিওঁতে দেউতাকে তাইক কৈছিল, এটা মন্ত্ৰ উচ্চাৰণ নকৰাকৈ কাপোৰখনত কোনোবাই হাত দিলে চকুৰ পচাৰতে সি চৰাইলৈ ৰূপান্তৰিত হব আৰু কাপোৰখন চৰাইৰ পাখি আৰু নেজ হৈ পৰিব।

(ঙ) আছিক সম্প্ৰদায়ত সম্পত্তিৰ উত্তৰাধিকাৰী কোন?
উত্তৰঃ আচিক সম্প্ৰদায়ত ছোৱালীবোৰ সম্পত্তিৰ উত্তৰাধিকাৰী হয়।

(চ) ছোৱালীজনীয়ে কাপোৰখন ৰদত মেলি দি কলৈ গৈছিল?
উত্তৰঃ ছোৱালীজনীয়ে কাপোৰখন ৰদত মেলি দি তাই মাছ মাৰিবলৈ গৈছিল।

(ছ) কাপোৰখন চুই দিয়া লগে লগে গিৰিয়েকজন কিহলৈ ৰুপান্তৰিত হল?
উত্তৰঃ কাপোৰখন চুই দিয়া লগে লগে গিৰিয়েকজন এটা ডাঙৰ আৰু নানা বৰণীয়া জকমকীয়া পাখিৰে সুশোভিত ময়ুৰ চৰাই হৈ পৰিল।

৩) চমু উত্তৰ লিখা।
(ক) বাপেকে ছোৱালীজনীক দিয়া বনকৰা পাট-কাপোৰখনৰ বিশষত্ব কি আছিল?

উত্তৰঃ 

(খ)গিৰিয়েকজন কিদৰে সুশোভিত চিতৰী চৰাই লৈ ৰুপান্তৰিত হৈছিল?

উত্তৰঃ

(গ) গিৰিয়েকজনে কাপোৰখন চুই দিয়া দেখি ঘৈণীয়েকে কি কৰিলে আৰু শেষ তাইৰ কি হ’ল?

উত্তৰঃ 

৪) তলৰ শব্দবোৰৰ অথ বাকচৰ পৰা বাছি উলিয়াই লিখা।

প্ৰচলিত  –  চলি থকা
দেখনিয়াৰ  – সুঠাম আৰু দেখিবলৈ ধুনীয়া
চহকী  – ধনী
সুশোভিত  -সুসজ্জিত
সৰহ  -বহুত

খ-ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ )

৫। তলৰ দফাটো পঢ়ি উপযুক্ত স্থানত যতি, বিৰাম চিহ্ন বহুওৱা।এই কাণ্ড দেখি ঘৈণিয়েকে মন্ত্ৰষাৰ উচ্চাৰণ কৰিবলৈ পাহৰি কি কৰিলা ঔ বুলি চিঞৰ মাৰি কাপোৰখন সৰহভাগ তাৰ নেজ আৰু পাখিত লাগি ৰ’ল।

৬। পাঠটো ভালদৰে পঢ়ি দুটাকৈ সমাপিকা আৰু অসমাপিকা ক্ৰিয়াযুক্ত বাক্য বাকচটোত ভৰোৱা।

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
  
  

৭। তলৰ বাক্যত থকা সমাপিকা আৰু অসমাপিকা ক্ৰিয়া বাছি উলিয়াই তলৰ বাকচত লিখা।
– মই ঘৰলৈ যাম।- ৰাতি মই অকলে বাহিৰলৈ নাযাওঁ।- পুৱা শুই উঠি মই বকুল ফুল বুটলিম।- মা-দেউতাই সদায় খবৰ কাগজ পঢ়ে।- স্কুলৰ পৰা আহি মই কিছুপৰ টি ভি চাওঁ।

সমাপিকা ক্ৰিয়াঅসমাপিকা ক্ৰিয়া
  
 

৮। পুৰণি কালত তোমাৰ ককা-আইতাৰাহঁতে কাপোৰ-কানি, বাচন-বৰ্তন পেৰাত ভৰাই থৈছিল। তোমালোকে কাপোৰ-কানি, বাচন-বৰ্তন ক’ত থোৱা, তাৰ এখন তালিকা প্ৰস্তুত কৰা।

৯। ছবিখনত দিয়া সঁজুলিকেইবিধৰ নাম লিখি সেইবোৰ আমি কি কি কামত ব্যৱহাৰ কৰোঁ লিখা।
জানো আহা