তেজৰে কমলাপতি । অধ্যায় ১ । Class 7 Assamese Lesson 1 Question and Answer | SCERT Class 7 Assamese Chapter 1 Solution | Class VII Assamese Chapter 7 Answer | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১ তেজৰে কমলাপতি    পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

তেজৰে কমলাপতি

৩) তলৰ প্ৰশ্নসমূহৰ উত্তৰ কোৱা আৰু লিখা।

(ক) বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনাৰ নাম কি?
উত্তৰঃ- বৰগীত ৰচনা কৰা মহাপুৰুষ দুজনৰ নাম হল – শ্ৰী মন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ।

(খ) তেজৰে কমালাপতি  নামৰ বৰগীতটোৰ ৰচক কোন?
উত্তৰঃ-   তেজৰে কমলা পতি নামৰ বৰগীতটোৰ ৰচক হল -শ্ৰীশ্ৰী মাধৱ দেৱ ।

(গ) তিমিৰ ফেৰিয়া কি বাজ হয়?
উত্তৰঃ- তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ হয়  ।

(ঘ) যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল।
উত্তৰঃ- যশোদাই  কৃষ্ণক  পুৱা গৰু চৰাবলৈ জগাইছিল ।

৪)তলত দিয়া পদ দুশাৰীত কোনে ,কাক , কি কৈছে? নিজৰ কথাৰে লিখা।

নন্দগেল বাথানে গোৱাল গেল পাল   ।

সুৰভী চাৰিতে লাগে উঠৰে গোপাল   ।। ,

উত্তৰঃ- 

৫) শব্দ  সম্ভাৰ আৰু অভিধান চাই অথ লিখা।

উত্তৰঃ-

৬ । বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া।

উত্তৰঃ-

৭ । তলৰ ছবিখন চোৱা আৰু তাত প্ৰকাশ পোৱা কথাখিনি কোৱা।

উত্তৰঃ-

৮) (ক)শব্দৰ আগত  ত্ৰি শব্দ লগাই নতুন শব্দ গঠন কৰা আৰু অথ জানি লোৱা ।

উঃ   জগত—ত্ৰিজগত                                   শূল—ত্ৰিশূল
        ভূজ—–ত্ৰিভূজ                                      কোণ–ত্ৰিকোণ
        কাল—-ত্ৰিকাল                                       নয়ন—ত্ৰিনয়ন

(খ)তলত দিয়া শব্দবোৰৰ আগত বি পূৰ্বসৰ্গ লগ লগাই সেইবোৰেৰে অথ প্ৰকাশক একোটা বাক্য় ৰচনা কৰা।
মুখ—– বিমুখ                        দূূৰ—-বিদূৰ            কিৰণ  —- বিকিৰণ       নন্দ — বিনন্দ

উত্তৰঃ-   

৯) তলৰ ব্ৰজাৱলী  ভাষাত লিখা বাক্য চাৰিশাৰী আধুনিক অসমীয়ালৈ ৰূপান্তৰ কৰা।
ক) ৰয়নী বিদূৰ দিশ ধৱলী বৰণ।    

উত্তৰঃ- ৰাতি গৈ  ৰাতিপুৱা হৈছে    ।

খ) শতপত্ৰ বিকশিত ভ্ৰমৰ উৰায়  ।

উত্তৰঃ- পদুম ফুলি তাত ভোমোৰা উৰিচে    ।

গ) দাম- সুদাম ডাকে তেৰি লৈয়া নাম ।

উত্তৰঃ- দাম আৰু সুদামে তোমাৰ নাম লৈছে   ।

ঘ) ক্ষীৰ লৱনু লৈয়া শিঙা বেত বেণু  ।

উত্তৰঃ- ক্ষীৰ লৱণু   লোৱা আৰু গৰু চৰাবলৈ যোৱা   ।

১০) এটা শব্দত প্ৰকাশ কৰা।
গৰু বন্ধা ঠাই  – গোহালী   

যিজন সকলোৰে মাজত প্ৰিয় – জনপ্ৰিয়  । 

যিয়ে ৰাতি নেদেখে  –   কুকুৰিৰণা   

যাক সহজে লাভ কৰিব নোৱাৰে – দুৰ্লভ  

যিজনে সকলো জানে  –  জ্ঞানী   ।

যিজনে বিষ্ণুক উপাসনা কৰে  – বিষ্ণু ভক্ত  ।

১১। বৰগীতটোত চাৰিটা আখৰেৰে গঠিত এটা শব্দ আছে। সেই শব্দটোৰ প্ৰথম আখৰ দুটা মিলি ‘বল’ বুজাই আৰু শেষৰ আখৰ দুটা মিলি ‘মানুহৰ নাম’ বুজাই। শব্দটো বিচাৰি উলিয়াই লিখা। _ _ _ _ প্ৰথম দুটা মিলি বল হয়।সেই শব্দটোৰ-* প্ৰথম আৰু তৃতীয় মিলি কি বুজাই ?

১২। ব্ৰজাৱলী ভাষাত লিখা কথাখিনি পঢ়ি অভিনয় কৰা।

১৩। দুটা বৰগীত সংগ্ৰহ কৰি ৰচকৰ নাম আৰু পৰিচয় লিখি শ্ৰেণী কোঠাত পঢ়ি শুনোৱা।

১৪। বৰগীত ব্যৱহাৰ কৰা বাদ্য যন্ত্ৰ ছবি সংগ্ৰহ কৰি তালিকা প্ৰস্তুত কৰা।
অতিৰিক্ত প্ৰশ্ন

উত্তৰ-