জনসংখ্যা বৃদ্ধি আৰু বিতৰণ । অধ্যায় ২ । Class 8 Social Science Geography Lesson 2 Question and Answer Assam | SCERT Class 8 S.Science Geography Chapter 2 Solution | অষ্টম মান শ্ৰেণীৰ সমাজ বিজ্ঞান ভূগোল অধ্যায় ২ জনসংখ্যা বৃদ্ধি আৰু বিতৰণ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

জনসংখ্যা বৃদ্ধি আৰু বিতৰণ

অনুশীলনী 

১) শুদ্ধ উত্তৰটো লিখা

ক) কোনটো  অঞ্চলত  জনসংখ্যা  আটাইতকৈ বেছি ? 

১) নিৰক্ষীয় অঞ্চল  ২) উত্তৰ মেৰু  ৩) পূৱ এছিয়া  ৪) আফ্ৰিকাৰ ছাহাৰা মৰুভূমি

উত্তৰঃ ৩) পূৱ এছিয়া 

খ) কোনখন  মহাদেশৰ  জনসংখ্যা  সৰ্বাধিক ? 

১) ইউৰোপ  ‌২) আফ্ৰিকা ৩) এছিয়া ৪) অষ্ট্ৰেলিয়া

উত্তৰঃ ৩) এছিয়া 

গ) ২০১১ চনত  অসমৰ  জনসংখ্যা  কিমান  আছিল ?

১) ২.২৪ কোটি  ২) ৩.১২ কোটি  ৩) ২.৩৫ কোটি  ৪) ২.৪৬ কোটি

উত্তৰঃ ৩.১২ কোটি 

ঘ) তলত  উল্লেখ  কৰা  কোনখন  মহাদেশত  মানুহৰ  স্থায়ী  বসতি  নাই?

১) এছিয়া  ২) দক্ষিণ আমেৰিকা  ৩) কুমেৰু বা এন্টাৰ্কটিকা  ৪) ইউৰোপ

উত্তৰঃ কুমেৰু বা এন্টাৰ্কটিকা

২) খালী ঠাই পূৰণ কৰাঃ

ক) জনসংখ্যা বৃদ্ধি শব্দটোৱে জনসংখ্যাৰ সংখ্যাগত বৃদ্ধিক বুজায়।
খ) পৃথিৱীৰ বেছিভাগ মানুহে 

উত্তৰ গোলাৰ্ধত বসতি কৰে।

গ) প্ৰতি বৰ্গ কিলোমিটাৰ এলেকাত যিমান সংখ্যক লোকে বসতি কৰে সিয়েই সেই ঠাইখনৰ জনসংখ্যাৰ ঘনত্ব 
ঘ) এখন ঠাই ত্যাগ কৰি কোনো এখন নতুন ঠাইলৈ গৈ বসতি কৰিবলৈ ল’লে নতুন ঠাইখনক প্ৰব্ৰজনৰ লক্ষ্যস্থান বোলে।

চমুটোকা লিখাঃ
ক) মানৱ সম্পদৰ উন্নয়নঃ 

খ) জনসংখ্যাৰ থুপীকৰণঃ

গ) জনসংখ্যাৰ বিস্ফোৰণঃ 

৪) জনপ্ৰব্ৰজনৰ  কাক বোলে? ইয়াৰ কাৰণবোৰ কি কি? জনপ্ৰব্ৰজনৰ ফলাফল কেনেধৰণৰ? 

উত্তৰঃ 

ক্ৰিয়াকলাপৰ প্ৰশ্নউত্তৰ (পৃষ্ঠা নং ১৪) 

১) জনসংখ্যাৰ বৃদ্ধি বুলিলে কি বুজা লিখা?

উঃ-

২) জনসংখ্যাৰ গুণগত বিকাশ বুলিলে কি বুজা ?

উত্তৰঃ  

৩) জনসংখ্যাৰ বৃদ্ধিয়ে কেনেধৰণৰ সমস্যাৰ সৃষ্টি কৰে? 

উত্তৰঃ 

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৫) 

১) জনসংখ্যাৰ বিতৰণ বুলিলে কি বুজা? 

উত্তৰঃ 

২) জনসংখ্যাৰ বিতৰণৰ ওপৰত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় উল্লেখ কৰা। 

উত্তৰঃ

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৬)

১) জনসংখ্যাৰ কেন্দ্ৰীভৱন বা থূপীকৰণ বুলিলে কি বুজা? উদাহৰণৰ সৈতে লিখা।

উত্তৰঃ 

২) সাধাৰণতে কি কি সুবিধাৰ ভিত্তিত জনবসতিৰ থুপীকৰণ ঘটে ?  

উত্তৰঃ 

৩) ঘনবসতিৰ বাবে উদ্ভৱ হোৱা সমস্যা সমূহ দূৰ কৰাৰ‌ কাৰণে কেনেধৰণৰ বিকল্প ব্যৱস্থা লোৱা হৈছে উল্লেখ কৰা ? 

উত্তৰঃ 

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ১৮)
১) জনপ্ৰব্ৰজন বুলিলে কি বুজা? কেনেধৰণৰ কাৰণত জনপ্ৰব্ৰজন ঘটে লিখা? 

উত্তৰঃ 

২) প্ৰব্ৰজনৰ উৎসস্থান আৰু লক্ষ্যস্থান বুলিলে কি বুজা?

উত্তৰঃ

ক্ৰিয়াকলাপ (পৃষ্ঠা ১৯)১) জনসংখ্যাৰ বিস্ফোৰণ মানে কি বুজা ? 

উত্তৰঃ 

২) জনসংখ্যাৰ বিস্ফোৰণ ফলত সৃষ্টি হোৱা সমস্যা বোৰ কি কি? 

উত্তৰঃ 

৩) কি কি গুণ থাকিলে মানুহক মানৱ সম্পদ বুলি ক’ব পাৰি?

উত্তৰঃ 

৪) সুদক্ষ মানৱ সম্পদৰ অভাৱে দেশ এখনক কি কি দিশত দুৰ্বল কৰে? 

উত্তৰঃ 

৫) আনবোৰ সম্পদতকৈ মানৱ সম্পদক শ্ৰেষ্ঠ সম্পদ হিচাপে আখ্যা দিয়া হৈছে কিয় ? 

উত্তৰঃ 

ক্ৰিয়াকলাপ (পৃষ্ঠা নং ২০)১) আমাৰ দেশত মানৱ সম্পদৰ উন্নতিৰ হকে কি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে লিখা? 

উত্তৰঃ

২) আমাৰ দেশত মানৱ সম্পদৰ মাজত বাহিৰলৈ যোৱাৰ প্ৰৱণতা বৃদ্ধি পোৱাৰ কাৰণ কি বুলি ভাবা লিখা ? 

উত্তৰঃ