ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান । অধ্যায় ১৭ । Class 7 Social Science History Lesson 17 Question and Answer Assam | Assamese Medium Class 7 S.Science Chapter 17 Solution | Assamese Medium Class 7 Social Science History Chapter 17 Answer | সপ্তম মান শ্ৰেণীৰ সমাজ বিজ্ঞান অধ্যায় ১৭ ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

ভাৰতবৰ্ষৰ সাংস্কৃতিক দিশত মোগলসকলৰ অৱদান 

১৷ উত্তৰ দিয়া—

(ক) চাচাৰামৰ সমাধি কোনে নির্মাণ কৰিছিল?

উত্তৰঃ ছেৰছাহ।

(খ) আকবৰৰ দিনত অট্টালিকা সজাওতে বিশেষভাৱে কি ব্যৱহাৰ কৰা হৈছিল ?

উত্তৰঃ ৰঙা শিলৰ গুৰি।

(গ) তাজমহল কোন নদীৰ পাৰত অৱস্থিত?

উত্তৰঃ যমুনা নদী।

(ঘ) ময়ুৰ সিংহাসন তৈয়াৰ কৰা কাৰিকৰজনৰ নাম কি?

উত্তৰঃ বেবদন খাঁ।

(ঙ) অসমত ভক্তি আন্দোলনৰ ধাৰাটোক কি বুলি জনা যায়?

উত্তৰঃ বৈষ্ণৱ আন্দোলন।

২। শুদ্ধ উত্তৰ বাছি উলিওৱা-

(ক) ফতেহপুৰ চিক্ৰীৰ অট্টালিকা নির্মাণ কৰিছিল জাহাংগীৰে / আকবৰে / বাবৰে।

উত্তৰঃ আকবৰ।

(খ) তাজমহল নির্মাণ কৰা হৈছিল ৰঙা শিলৰ গুৰিৰে / শুদ্ধ বগা মাৰ্বলেৰে / ইটা-চিমেণ্টেৰে।

উত্তৰঃ শুদ্ধ বগা মাৰ্বলেৰে।

(গ) অসমৰ ভক্তি আন্দোলনৰ হোতা আছিল ৰমানন্দ/গুৰু নানক / শংকৰদেৱ।

উত্তৰঃ শংকৰদেৱ।

(ঘ) মোগল চিত্রশিল্পই চৰম উৎকর্ষ সাধন কৰিছিল জাহাংগীৰৰ / ছাহজাহানৰ / ঔৰংগজেৱৰ শাসন কালত

উত্তৰঃ জাহাংগীৰ।

(ঙ) তুর্কী ভাষাৰ ‘তুজুক-ইবাবৰী’ নামৰ আত্মজীৱনীখনৰ ৰচক আছিল বাবৰ / আকবৰ / হুমায়ুন।

উত্তৰঃ বাবৰ।

৩। খালী ঠাই পূৰ কৰা—

(ক) পাণিপথৰ কাবুলবাগ আৰু চম্বলৰ জুমা মছজিদ বাবৰে নিৰ্মাণ কৰিছিল।

(খ) ছাহজাহান ৰ শাসন কালক মোগল স্থাপত্য শিল্পৰ স্বর্ণযুগ বুলি জনা যায়।

(গ) জাহাংগীৰৰ দিনত চিত্ৰ শিল্পৰ চৰম বিকাশ হৈছিল।

(ঘ) আকবৰৰ দিনত প্ৰকাশ পোৱা অভিধানখনৰ নাম পাৰ্ছী প্ৰকাশ ।

(ঙ) অসমৰ বৈষ্ণৱ আন্দোলনৰ ধাৰাটোৰ মুখ্য প্ৰৱৰ্তক আছিল শ্ৰীমন্ত শংকৰদেৱ

৪। ৫০ টা মান শব্দৰ ভিতৰত উত্তৰ লিখা—

(ক) এজন চিত্ৰকৰ আৰু সমালোচক হিচাপে জাহাংগীৰে ভাৰতীয় চিত্রকলাৰ কেনেদৰে পৃষ্ঠপোষকতা কৰিছিল

উত্তৰঃ 

(খ) মোগল যুগৰ স্থাপত্য, কলা সংস্কৃতিলৈ ছাহজাহানৰ অৱদান।

উত্তৰঃ 

(গ) আকবৰৰ ধৰ্ম নীতিয়ে মোগল যুগক কেনেদৰে প্ৰভাৱিত কৰিছিল?

উত্তৰঃ 
৫। মোগল যুগৰ ভাৰতৰ স্থাপত্যসমূহৰ চিত্ৰ সংগ্ৰহ কৰি এটি এলবাম প্রস্তুত কৰা।

উত্তৰঃ