মিছাইল মানৱ । অধ্যায় ৮ । Class 7 Assamese Lesson 8 Question and Answer Assam | SCERT Class 7 Assamese Chapter 8 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৮  মিছাইল মানৱ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

 মিছাইল মানৱ

১) উত্তৰ দিয়া।
(ক) মিছাইল মানৱ নামেৰে কাক জনা যায়?
উত্তৰঃ- মিছাইল মানৱ নামেৰে আব্দুল কালামক জনা জায় ।

(খ) সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি?

উত্তৰঃ- সফলতাৰে  ভাৰতৰ ভূমিত প্ৰথম উক্ষেপন কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হল – ৰোহিনী ।

(গ) আব্দুল কালামে শেষ নিশ্বাস কত ত্যাগ কৰিছিল?

উত্তৰঃ- আব্দুল  কালামে শেষ নিশ্ৱাস  শ্বিলঙৰ ভাৰতীয় ব্য়ৱস্থাপনা  প্ৰতিষ্ঠানত ভাষণ দি থকা অৱস্থাতেই মৃত্যাুক আকোৱালী লৈছিল ।

(ঘ) তেখেতৰ মতে শিশুৰ বাবে আদশ নায়ক কোন কোন?

উত্তৰঃ- তেখেতৰ মতে শিশুৰ ১৫ বছৰ বয়সলৈ পিতৃ- মাতৃ ,প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষক সকল আদশ নায়ক ।

২) উত্তৰ দিয়া।

(ক) সপোন দেখা , সপোন দেখা ,সপোনেই চিন্তালৈ পৰিৱতন হব আৰু চিন্তাৰ ফলশ্ৰতিয়েই হল কাম- এই কথাষাৰি কেনে কাক কৈছিল?

উত্তৰঃ- এই কথা ষাৰ আব্দুল কালামে অকণিহতক কৈছিল ।

(খ) তেখেত কি কি বিষয়ৰ অনুৰাগী  আছিল?
উত্তৰঃ-  তেখেতে সহপাঠীসকলৰ সৈতে সাগৰৰ উপকূললৈ গৈছিল ।তাত সাৰেং আৰু গঙা চিলনী চৰাই বোৰে আকাশী – পথত উৰি থকা প্ৰচেষ্টাক তেওঁ গভাৰভাবে নিৰিক্ষণ কৰিছিল ।তেওঁৰ এই বোৰ বিষয়ৰ অনুৰাগী আছিল ।

(গ) আব্দুল কালামক  স্কুলীয়া জীৱনত কি ৰহস্যই প্ৰভাৱান্বিত কৰিছিল?
উত্তৰঃ- আব্দুল কালামক   স্কুলীয়া আকাশৰ বিশালতা আৰু উৰন্ত চৰাই জাকৰ ৰহস্য়ই প্ৰভাৱান্বিত কৰিছিল ।

(ঘ) মনে -প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল?
উত্তৰঃ- মনে- প্ৰাণে  ভাৰতক তেখেতে এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰহোৱাটো বিছাৰিছিল।

৩) শব্দৰ লগত অথ মিলোৱা ।

উতক্ষেপন                 প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা

প্ৰজ্বলিত                    বৰকৈ জ্বলা (জুই) 

অভ্যন্তৰীণ                ভিতৰুৱা 

বিচক্ষণ                     অলংকাৰ 

অদম্য                      যাক দমাব  বা বশ কৰিব নোৱাৰিব              

দিগন্ত                       দ্গিবলয়, আকাশৰ সীমা    

ভূষণ                        পাগত, উত্তম       

নিৰীক্ষণ                  দূৰৈৰ পৰা  ভালকৈ চোৱা  

৪) পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে ণ আৰু ষ ব্যৱহাৰ হৈছে কোৱা।প্ৰাণভূষণৰোহিণীবিচক্ষণউতক্ষেপন অভ্যন্তৰীণ

৫) ণত্ববিধিৰ  নিয়ম খটুৱাই তলৰ শব্দবোৰৰ খালী ঠাই ণ বা নৰে পূৰণ কৰা।

৬) তলত দিয়া শব্দবোৰৰ বিপৰীত অথ প্ৰকাশ কৰা শব্দ  লিখা ।জাগ্ৰত- কৃত্ৰিম- প্ৰাকৃতিক সুপ্ত-সফলতা – বিফলতা উতসাহ-অক্ষম- সক্ষম

৭) বাক্য ৰচনা কৰা ।

মনে-প্ৰাণে, শয়নে-সপোনে, আকাশী-পথ, অদম্য ইচ্ছা, বিনিময়

TYPE^__জ্যোতিষ কাকতি Jyotish kakati