অসম । অধ্যায় ৯ । Class 7 Assamese Lesson 9 Question and Answer | SCERT Class 7 Assamese Chapter 9 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৯ অসম পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

অসম

১) পাঠটো শুদ্ধ আৰু স্পষ্টকৈ পঢ়া।

২) কোৱা ।

(ক) লেখকে কোনখন ঠাইক স্বগতো অধিক জনমভূমি বুলি কৈছে।

উত্তৰঃ

(খ) প্ৰাচীন কালত আমাৰ ৰাজ্যৰ কোন ছোৱাক সৌমাৰ পীঠ বোলা হৈছিল?

উত্তৰঃ

(গ) ইতিহাসৰ মতে কাৰ ৰাজত্ব কালত আমাৰ ৰাজ্যখনৰ নাম অসম বা অহম হল?

উত্তৰঃ

(ঘ) আমাৰ সকলো শক্তি কিহৰ সেৱাত লগাব লাগিব?

উত্তৰঃ

(ঙ) ইংৰাজী গৱণমেণ্টে প্ৰথমে এই দেশৰ নাম ইংৰাজীত কি বুলি লিখিছিল?

উত্তৰঃ

(চ) অসমক কেনে অসমৰ দেশ বুলি কৈছিল?

উত্তৰঃ

৩) উত্তৰ লিখা ।

উত্তৰঃ

(ক) প্ৰাচীন কামৰুপৰ দক্ষিণ সীমা কোনখিনিলৈকে বিস্তত আছিল

উত্তৰঃ

(খ) সৌম্য ৰাজ্যত থকা আয্য সন্তানসকলক কি বোলা হৈছিল

উত্তৰঃ

(গ) সৌমাৰৰ সোমসকলে স্বানজাতীয় লোকসকলক কি বুলি মাতিছিল

উত্তৰঃ

(ঘ) চুকাফা ৰজাই কি পবত পাৰ হৈ উজনি অসম অধিকাৰ কৰিছিল                                                     

৫) উত্তৰ লিখা।

(ক) অসম নামৰ উতপত্তি কেনেকৈ হল

উত্তৰঃ

(খ) বতমানৰ অসমীয়া জাতিটো কেনেদৰে গঠিত  হৈছে

উত্তৰঃ

(গ) অসমীয়া জাতিক এটা আদশ জাতিৰুপে গঢ়িবলৈ আমি কি কি কৰা উচিত

উত্তৰঃ

(ঘ) আসমৰ গৌৰৱ বঢ়াবলৈ আমি কি কি কাম কৰিব লাগে

উত্তৰঃ

৬)বিভিন্ন কালত অসমক কি কি নামেৰে জনা গৈছিল, ক-অংশৰ লগত  খ-অংশ  মিলোৱা ।

ক অংশ                                            খ অংশ
ইংৰাজৰ শাসনকালত                        অসমৰ দেশ
বৈদিক যুগত                                       কামৰুপ
পৌৰাণিক  যুগত                                অসম
তান্ত্ৰিক  যুগত                                     প্ৰাকী দেশ
বতমান  যুগত                                     প্ৰাগজ্যোতিষ
মুছলমানৰ শাসন কালত                    ASSAM

৭)  তলৰ কথা কেইশাৰীৰ তাতপয বহলাই লিখোঁ আহা—

জ্যোতিষ কাকতি Jyotish kakati