প্ৰাকৃতিক দুৰ্যোগ । অধ্যায় ১৩ । Class 7 Assamese Lesson 14 Question and Answer Assam | SCERT Class 7 Assamese Chapter 14 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৪ প্ৰাকৃতিক দুৰ্যোগ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

প্ৰাকৃতিক দুৰ্যোগ

১) উত্তৰ লিখা ।

ক) অসমত প্ৰলয়ংকৰী ভূমিকম্প হোৱা চন দুটা কি কি ?

উত্তৰঃ-

খ) ১৮৯৭ চনত অসমত হোৱা ভূমিকম্পৰ উৎপত্তিস্থল কত আছিল ?

উত্তৰঃ-

গ) ২০০১ চনৰ ২৬ জানুৱাৰীত ভাৰতৰ কোন ৰাজ্যত ভূমিকম্প হৈছিল ?

উত্তৰঃ-

ঘ) কোন চনৰ ভূমিকম্পটোৰ পৰা অসমত বানপানীৰ প্ৰকোপ বাঢ়িল ?

উত্তৰঃ-

২) তলৰ প্ৰশ্নকেইটাৰ আলোচনা কৰি উত্তৰ লিখা ।

ক) চানডুবি বিল কেনেকৈ হৈছিল ?

উত্তৰঃ-

খ) ১৯৫০ চনত ভূমিকম্পৰ ফলত অসমত কি কি পৰিৱৰ্তন হৈছিল ?

উত্তৰঃ-

গ) ছুনামি কি ?

উত্তৰঃ-

ঘ) ভাৰতবৰ্ষত কেতিয়া আৰু কোন কোন ঠাইত ছুনামিয়ে প্ৰভাৱ পেলাইছিল ?

উত্তৰঃ-

 খ -ভাষা অধ্যয়ন ( ব্যাৱহাৰিক ব্যাকৰণ ) 

৩। তলত দিয়া শব্দকেইটাৰে বাক্য সাজি কোৱা আৰু লিখা 
 পাহাৰ      বনভােজ       চানডুবি  বিল        আতংক       ভূমিকম্প

উঃ পাহাৰ  = অসমৰ খাছীয়া জয়ন্তীয়া পাহাৰ এসময়ত পাহাৰ আছিল ।       বনভোজ =  কালিলৈ ৰাম হত বনভোজ খাবলৈ যাব ।    
চানডুবি বিল = চানডুবি বিল এসময়ত পাহাৰ আছিল ।
আনন্দ   = লৰা বিলাকে আনন্দৰে খেলি আছে ।
আতংক = কৰোনাৰ বাবে গোতেই বিশ্ৱত আতংকৰ সৃষ্টি হৈছে  ।
ভূমিকম্প = ভূমিকম্প আহিলে চিঞৰ বাসৰ কৰিব নালাগে । 

৪) উদাহৰণৰ দৰে শব্দগঠন কৰা আৰু অৰ্থ যানি লোৱা ।
ক) সাৱধান – সাৱধানতা            বিচ্ছন্ন  – বিছ্চিন্নতা         বিভিন্ন – বিভিন্নতা 
      বিশাল – বিশালতা 
      প্ৰসাৰ – প্ৰসাৰতা 

৫৷ তলৰ বাক্যকেইটাৰ পৰা অব্যয় পদবােৰ বিচাৰি উলিয়াই লিখা ।

ফৰিদা – হেৰা মনু , তুমি কেনেকৈ যাবা  ।
মনু – বাছ বা ৰিক্সাৰে যাম বুলিঁ ভাবিছোঁ ।
ফৰিদা- পিছে মই এতিয়া নাযাওঁ দিয়া  ।
মনু – বাৰু  হব দিয়া  ।
ফৰিদা – উঃ , আজি যে কি গৰম ! মনু , মােক ঠাণ্ডা পানী এগিলাচ দিবা নে ?

মনু – হয় , দিছোঁ ৰ’বা । 
ফৰিদা –   তুমি কাৰ লগত বজাৰলৈ যাবা ?
মনু –  মই আৰু শেৱালি একেলগে যাম । 

Type-Arup koch