বিদ্যা । অধ্যায় ১৪। Class 7 Assamese Lesson 14 Question and Answer Assam | SCERT Class 7 Assamese Chapter 14 Solution | সপ্তম মান শ্ৰেণীৰ অসমীয়া অধ্যায় ১৪ বিদ্যা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ।

১) পাঠটো শুদ্ধ উচ্চাৰণেৰে পঢ়া ।

২) পাঠটোৰ মূল কথাখিনি কোৱা আৰু লিখাঁ ।

৩) উত্তৰ লিখা

ক) লিখন,কৰ্ষন আৰু ৰন্ধন কাম কৰিবলৈ কি কি বস্তুৰ প্ৰয়োজন হয় ?

উত্তৰঃ-

খ) সুকলমে কাম কৰিবলৈ কিহৰ প্ৰয়োজন হয় ?

উত্তৰঃ-

গ) উদ্গতিৰ ঘাই আহিলা কি ?

উত্তৰঃ-

ঘ) বিদ্যাহীন জীৱন কেনে বুলি কোৱা হৈছে ?

উত্তৰঃ-

ঙ) কি কৰিলে সংসাৰত কৰ্ম কৰিবলৈ সুচল হয়?

উত্তৰঃ-

চ) পৃথিৱীত নাম উজ্বলাবলৈ কি আয়ত্ত কৰিব লাগিব ?

উত্তৰঃ-

ছ) কি থাকিলেও খনিকৰে আন্ধাৰত চিত্ৰ আঁকিব নোৱাৰে ?

উত্তৰঃ-

৪) সত্য নে অসত্য লিখা ।

ক) কাপ নহলে লিখন কাম কৰিব নোৱাৰি ।

উত্তৰঃ-

খ) বিদ্যাহীন জীৱন সুখৰ বুলি সকলোৱে স্বীকাৰ কৰে।

উত্তৰঃ-

গ) হাল নহলে কৰ্ষন কৰিব নোৱাৰি।

উত্তৰ-

ঘ) আগৰ কালৰ খ্যাতিমন্ত লোকসকলো বৰ বিদ্যাৱন্ত নাছিল ?

উত্তৰঃ-

৫) খালী ঠাই পূৰ কৰা ।

ক) লাগতিয়াল_______ যতনাই নহলে কোনো কাম _________কৰিব নোৱাৰি।

খ) এইবোৰ কামৰ যেনে _________ আহিলা আছে, কোনো কাম ___________ কৰিব নোৱাৰি ।

গ) বিদ্যাই ___________ কাটি মন ফৰকাল নকৰিলে, মানুহে তাৰ ___________ লগাবলৈ ঠাই দেখা নাপায়।

ঘ) ___________ নহলে লিখন কাম কৰিব নোৱাৰি।

ঙ) বিদ্যাৰে মন ___________ নহলে সংসাৰত ___________ কৰিবলৈ সুচল নহয়।

৬) সমাৰ্থক শব্দবোৰ আচঁ টানি মিলোৱা।

সুকলমে    নিষ্ফল
সুকীয়া    পৰিষ্কাৰ
বৃথা      প্ৰয়োজনীয়  
ফৰকাল    অনায়াসে
পোহৰ     পৃথক
লাগতিয়াল  আলোক  

৭) বাক্য ৰচনা কৰা ।

খ্যাতিমন্ত, উদ্গতি , পৃথিৱী , খনিকৰ, বৃথা

Type-Arup koch