মিত্ৰামিত্ৰ । অধ্যায় ৬ । Class 6 Assamese Lesson 6 Question and Answer Assam | SCERT Class 6 Assamese Chapter 6 Solution | ষষ্ঠ মান শ্ৰেণীৰ অসমীয়া অধ্যায় ৬ মিত্ৰামিত্ৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ ।

মিত্ৰামিত্ৰ

২। উত্তৰ দিয়া-

(ক) যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি কি?

উত্তৰঃ যজ্ঞদত্তই উদ্বাৰ কৰা মানুহজনৰ বৃত্তি স্বৰ্ণকাৰ আছিল।

(খ) সৰ্পই কাৰ শৰীৰত বিষবাণ মাৰিছিল?

উত্তৰঃ সৰ্পই মহাৰাণীৰ শৰীৰত বিষবাণ মাৰিছিল।

(গ) বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি কাৰ আছিল?

উত্তৰঃ বাঘে যজ্ঞদত্তক দিয়া অলংকাৰখিনি ৰাজকুমাৰৰ আছিল।

(ঘ) মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক কি প্ৰদান কৰিলে?

উত্তৰঃ মহাৰাণীক জীয়াই তোলাৰ পুৰস্কাৰ স্বৰূপে মহাৰাজে যজ্ঞদত্তক মন্ত্ৰিত্ব প্ৰদান কৰিলে।

(ঙ) কাৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল?

উত্তৰঃ পত্নীৰ ককৰ্থনা সাহিব নোৱাৰি দৰিদ্ৰ লোকজনে ঘৰ এৰি অৰণ্যত প্ৰৱেশ কৰিছিল।

৫। কোনে কাক কৈছিল লিখা-

(ক) ”দ্বাৰপলজনক মই কি পুৰস্কাৰেৰে পুৰস্কৃত কৰিম”

উত্তৰঃ উক্ত কথাষাৰ মহাৰাজে মন্ত্ৰীক কৈছিল।

(খ) ”এয়া ৰজাকোঁৱৰৰ অলংকাৰ আছিল। আজিৰ পৰা এইবোৰ আপোনাৰ”

উত্তৰঃ ওপৰৰ কথাখিনি বাঘটোৱে ব্ৰাহ্মণজনক  কৈছিল।

(গ) ”আপুনি চিন্তা নকৰিব ঈশ্বৰৰ আদেশ আৰু মহাৰাণীৰ কপালৰ লিখন অনুসৰি মই তেওঁৰ গালৈ বিষবাণ মাৰিম”

উত্তৰঃ উক্ত কথাষাৰ গাঁতৰ পৰা উদ্ধাৰ হোৱা বাঘে ব্ৰাহ্মণৰ আগত কৈছিল।

৬। তলৰ শব্দবিলাকৰ সন্ধি ভঙা আৰু কি সন্ধি লিখা-     

মিত্ৰামিত্ৰ – মিত্ৰা + মিত্ৰ     

স্বণালঙ্কাৰ – স্বৰ্ণা + অলংকাৰ     

শুদ্ধাশুদ্ধি – শুদ্ধা + শুদ্ধি     

পুৰস্কাৰ – পুৰঃ + স্কাৰ     

উদ্ধাৰ – উ+দ্ধাৰ     

জগন্নাথ – জগ+ন্নাথ

৭। শব্দবোৰৰ স্বৰসন্ধি আৰু বিসৰ্গসন্ধি কৰি তালিকাভুক্ত কৰা

উদগতি (উৎ + গতি)

জনৈক (জন + ঐক)

প্ৰত্যুত্তৰ (প্ৰতি + উত্তৰ)

দেৱেশ্বৰ (দেৱ + ঈশ্বৰ)

দুৰ্নীতি (দুঃ + নীতি)

প্ৰত্যেক (প্ৰতি + এক)

সংস্কৃত (সম + কৃত)

গঙ্গোমি (গঙ্গা + ঊৰ্মি)

লোকচাৰ (লোক + আচাৰ)

নিস্বাথ (নিঃ + স্বাথ)

উল্লাস (উৎ + লাস)

তপোবন (তপঃ + বন)
উত্তৰঃ 

স্বৰসন্ধিব্যঞ্জন সন্ধিবিসৰ্গ সন্ধি
জনৈক
গঙ্গোৰ্মি
প্ৰত্যুত্তৰ
লোকাচাৰ
দেৱেশ্বৰ
প্ৰত্যেক
উদগতি
সংস্কৃত
উল্লাস
দুৰ্নীতি
নিস্বাৰ্থ
তপোবন