বিশ্বখনিকৰ | Unit 2 Lesson 2 | Class 12 Assamese Lesson 2 Question and Answer | HS 2nd Year Assamese Chapter 2 Solution | Higher Secondary 2nd Year Assamese Unit 2 Lesson 2 Important Answer | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ অসমীয়া পাঠ্যপুথি গোট ২ অধ্যায় ২ বিশ্বখনিকৰ পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

বিশ্বখনিকৰ

আৰ্হি প্ৰশ্নঃ

(ক) অতি চমু প্ৰশ্ন : 

১। অসমীয়া সাহিত্যত ‘জ্ঞানমালিনীৰ কবি’ হিচাপে কোনগৰাকী কবি জনাজাত?

উত্তৰঃ 

২। মফিজুদ্দিন আহমদ হাজৰিকাৰ মৰণোত্তৰ কালত প্ৰকাশিত কবিতা পুথিখনৰ নাম কি?

উত্তৰঃ 

৩। ‘বিশ্বখনিকৰ’ বুলি লেখকে কাৰ কথা কৈছে?

উত্তৰঃ 

৪। ‘বিশ্বখনিকৰ’ কোন শ্ৰেণীৰ কবিতা?

উত্তৰঃ 

 ৫। মফিজুদ্দিন আহমদ হাজৰিকা কোন যুগৰ কবি?

উত্তৰঃ 

(খ) চমু প্ৰশ্ন :

১। মফিজুদ্দিন আহমদ হাজৰিকাৰ কবিতাৰ দুটা বৈশিষ্ট্য লিখা।

উত্তৰঃ

২। কবিয়ে ঈশ্বৰক কিয় ‘বিশ্বখনিকৰ’ বুলি অভিহিত কৰিছে?

উত্তৰঃ 

৩। সত্ত্বঃ ৰজঃ তমো গুণ কি বুজাই লিখা ।

উত্তৰঃ 

৪। মফিজুদ্দিন আহমদ হাজৰিকাৰ দুখন কাব্যপুথিৰ নাম লিখা।

উত্তৰঃ

৫। কবিয়ে ‘বিশ্বখনিকৰ’ক কিয় সৰ্ব-ব্যাপী সৰ্ব শক্তিমান বুলি আখ্যা দিছে?

উত্তৰঃ 

(গ) দীঘল প্ৰশ্ন :
১। ‘বিশ্বখনিকৰ’ কবিতাটোৰ মাজেৰে কবিয়ে প্ৰকৃততে কাৰ কথা কৈছে আৰু কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে?
উত্তৰঃ

২। ‘সকলোতে আছে তেওঁ  কিন্তু নেদেখে কেও  ওৰণিৰে মুখ ঢাকি থাকে ওচৰত ।’-এই কবিতাফাকিৰ মাজেৰে কবিয়ে কি ভাৱ প্ৰকাশ কৰিব বিচাৰিছে লিখা ।

উত্তৰঃ 

৩। ‘বিশ্বখনিকৰ’ কবিতাটিৰ মূলভাবটি লিখা ।

উত্তৰঃ 

৪। ‘বিশ্বখনিকৰ’ কবিতাটিত প্ৰকাশিত আধ্যাত্মিক দৰ্শনৰ চমু আভাস দিয়া।

উত্তৰঃ 

৫। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা :

তেৱেঁ কাম তেৱেঁ কৰ্মী তেৱেঁ কাৰিকৰ

নিশ্চয় নিশ্চয় তেৱেঁ বিশ্বখনিকৰ ।

উত্তৰঃ 

Type * Jyotish Kakati