বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো | Lesson 8 | Class 12 Assamese Lesson 8 Question and Answer | HS 2nd Year Assamese Chapter 12 Solution | Class 12 Assamese Lesson 8 Important Answer | দ্বাদশ শ্ৰেণীৰ অসমীয়া অধ্যায় ৮ বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |


বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰো

(ক)অতি চমু প্ৰশ্ন :

১। ‘বৈজ্ঞানিক মানসিকতা কিদৰে গঢ়িব পাৰোঁ’ প্ৰৱন্ধটো লেখকৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে ?

উত্তৰঃ 

২। বসন্ত ৰোগ হোৱাৰ বিজ্ঞানসন্মত কাৰণ কি?

উত্তৰঃ 

৩। আমাৰ বিশ্ব ব্রহ্মাণ্ডখনৰ ৰহস্য উদ্‌ঘাটনৰ ব্যবস্থাটোক কি বুলি কোৱা হয় ?

উত্তৰঃ

৪। যাদু-মন্ত্র বা তাবিজ-বিভূতিৰে ৰোগ নিৰাময় কৰিব পাৰিনে?

উত্তৰঃ 

৫। ড॰ দীনেশ চন্দ্র গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা।

উত্তৰঃ 

(খ) চমু প্ৰশ্ন:

১। ‘সপোনত পোৱা ঔষধ’ ৰোগীয়ে কিয় ব্যবহাৰ কৰা অনুচিত?

উত্তৰঃ 

২। বাহ্যিক জীৱনৰ বাবে প্রয়োজনীয় বস্তুবোৰতকৈ বিজ্ঞানৰ বেছি মূল্যৱান অৱদান কি?

উত্তৰঃ 

৩। মুকলি মন মানে কি?

উত্তৰঃ 

৪। ভূত-প্রেত, দেৱতা-অপদেৱতা আদিৰ বাস্তৱ ভিত্তি আছেনে ?

উত্তৰঃ 

৫। আদিম মানুহে জুইৰ আৱিষ্কাৰ কিদৰে কৰিছিল ?

উত্তৰঃ