অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ | গোট ১ | Chapter 2 | Class 11 Assamese Question and Answer | HS 1st Year Assamese Answer Assam | HS 1st Year Assamese Short Question and Answer Assamese Medium | Class 11 Assamese Important Question and Answer |

গোট ১: গদ্য

অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ 

পদ্মনাথ গোহাঞিবৰুৱা

 ( ক ) অতি চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১ ) 

১। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটি ক’ৰ পৰা সংগ্ৰহ কৰা হৈছে ?

উত্তৰঃ অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ শীৰ্ষক পাঠটি ‘মোৰ সোঁৱৰণী’ গ্ৰন্থৰ পৰা সংগ্ৰহ কৰা হৈছে।

২। মহাত্মা গান্ধীয়ে কেতিয়া প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ১৯২১ চনৰ আগষ্ট মাহত প্ৰথমবাৰৰ বাবে অসম ভ্ৰমণ কৰিছিল।

৩। পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা । 

উত্তৰ ঃ পদ্মনাথ গোহাঞিবৰুৱাৰ আত্মজীৱনীখনৰ নাম ‘মোৰ সোঁৱৰণী’।

৪। ‘আগৰৱালা পকী’ ক’ত অৱস্থিত?

উত্তৰঃ ‘আগৰৱালা পকী’তেজপুৰত অৱস্থিত।

৫। গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম লিখা ৷

উত্তৰঃ গান্ধীজীৰ সন্মানাৰ্থে ‘পকী’ৰ সন্মুখত আয়োজিত মজ্লিচত উপস্থিত থকা চৰকাৰী খিতাপধাৰী ব্যক্তিগৰাকীৰ নাম পদ্মনাথ গোহাঞিবৰুৱা ।

 চমু প্ৰশ্ন (মূল্যাংক -২অথবা ৩) 

১। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম লিখা । 

উত্তৰ ঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা দুখন নাটকৰ নাম হ’ল ‘গাঁওবুঢ়া’আৰু ‘জয়মতী’।

২। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনীৰ নাম লিখা । 

উত্তৰ ঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা তিনিখন আলোচনাৰ নাম ‘বিজুলী, আসাম বন্তি আৰু ঊষা।

৩। পদ্মনাথ গোহঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম লিখা । 

উত্তৰ ঃ পদ্মানাথ গোহাঞিবৰুৱাই ৰচনা কৰা তিনিখন গ্ৰন্থৰ নাম গাঁওবুঢ়া, গদাধৰ আৰু শ্ৰীকৃষ্ণ।

৪। মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক কি বুলি সম্বোধন কৰি চিঠি লিখিছিল?

উত্তৰঃ মহাত্মা গান্ধীয়ে ভাৰতৰ গৱৰ্ণৰ জেনেৰেলক ‘Dear Sir’ বুলি সম্বোধন কৰি, ‘Your Excellency’ ৰ ঠাইত উকাকৈ অকল ‘Your’ বুলি চিঠিখন লিখিছিল।

৫। ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম লিখা ৷

উত্তৰঃ  ‘অসমত মহাত্মা গান্ধীৰ পোন প্ৰথম পদাৰ্পণ’ শীৰ্ষক পাঠটিত উল্লেখ থকা দুগৰাকী স্বাধীনতা যোদ্ধাৰ নাম হ’ল মৌলানা মহস্মদ আলি আৰু তৰুণ ফুকন।

 দীঘল প্ৰশ্ন (মূল্যাংক -৪/৫) 

১। পদ্মনাথ গোহাঞিবৰুৱাই মহাত্মা গান্ধীৰ কোনবোৰ কাৰ্যৰ কাৰণে গান্ধীজীক লগ পাবলৈ উদগ্ৰীৱ হৈ পৰিছিল?

উত্তৰঃ 

২। গান্ধীজীৰ প্ৰথম অসম ভ্ৰমণ সম্পৰ্কে এটি টোকা প্ৰস্তুত কৰা । 

উত্তৰ ঃ

৩। গান্ধীজীৰ আৰু পদ্মনাথ গোহাঞিবৰুৱাৰ মাজৰ কথোপকথনখিনি তোমাৰ ভাষাত বুজাই লিখা । 

উত্তৰ ঃ  

৪। গান্ধীজীৰ অসম ভ্ৰমণৰ সময়ত ক’ত কোনে মজলিচ বৈঠকৰ আয়োজন কৰিছিল বুজাই লিখা ৷

উত্তৰঃ 

৫। “আচৰিত,ৰায়চাহাব খিতাপধাৰীয়ে গান্ধীক আদৰিবলৈ আহে৷” _ এই কথাষাৰ কোনে কি প্ৰসংগত কৈছিল বুজাই লিখা৷

উত্তৰঃ 

 লেখকৰ পৰিচয়ঃ 

১। ‘ৰায়চাহাব’ খিতাপেৰে বিভূষিত ব্যক্তিগৰাকীৰ নাম কি?

উত্তৰঃ 

২। পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ জন্ম ১৮৭১ চনত হৈছিল।

৩। পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখনৰ নাম লিখা৷

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই সম্পাদনা কৰা আলোচনী কেইখন হ’ল ‘বিজুলী, আসাম বন্তি আৰু ঊষা।

৪। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখনৰ নাম লিখা৷

উত্তৰঃ দ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা উপন্যাস দুখন হ’ল ‘ভানুমতী’ আৰু ‘লাহৰী’।

৫। পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন কি কি?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাই ৰচনা কৰা নাটক কেইখন হ’ল ‘গাঁওবুঢ়া’, ‘টেটোন তামুলী’, ‘জয়মতী’, ‘গদাধৰ’, ‘সাধনী’ আৰু ‘লাচিত বৰফুকন’ ।

৬। পদ্মনাথ গোহাঞিবৰুৱাৰ তত্ত্বমূলক গ্ৰন্থ খনৰ নাম লিখা৷

উত্তৰঃপদ্মনীথ গোহাঞিবৰুৱাই তত্ত্বমূলক গ্ৰন্থ খনৰ নাম ‘শ্ৰীকৃষ্ণ’।

৭। ‘মোৰ সোঁৱৰণী’ কাৰ আত্মজীৱনী?

উত্তৰঃ ‘মোৰ সোঁৱৰণী’ পদ্মনাথ গোহাঞিবৰুৱা আত্মজীৱনী।

৮। অসম সাহিত্য সভাৰ প্ৰথম সভাপতি গৰাকীৰ নাম কি?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম সভাপতি পদ্মনাথ গোহাঞিবৰুৱা আছিল।

৯। অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন কেতিয়া আৰু ক’ত হৈছিল?

উত্তৰঃ অসম সাহিত্য সভাৰ প্ৰথম অধিৱেশন ১৯১৭ চনত আৰু শিৱসাগৰত হৈছিল।

১০। পদ্মনাথ গোহাঞিবৰুৱাৰ  মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ পদ্মনাথ গোহাঞিবৰুৱাৰ মৃত্যু ১৯৪৬ চনত হৈছিল।

Type Himanku Bora