গৌৰৱ – কালিৰাম মেধি | গোট ১ | Chapter 3 | Class 11 Assamese Question and Answer Assamese Medium | HS 1st Year Assamese Solution | HS 1st Year Assamese Suggestion Question and Answer | Class 11 Assamese Important Question and Answer | HS 1st Year Assamese Short Question and Answer Assam |

Lesson 3

গৌৰৱ – কালিৰাম মেধি

 অতি চমু প্ৰশ্ন (মূল্যাংক -১) 

১ । কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পৰ্কীয় গ্ৰন্থখনৰ নাম লিখা ৷

উত্তৰঃ কালিৰাম মেধিৰ অসমীয়া ব্যাকৰণ আৰু ভাষা সম্পকীয় গ্ৰন্থখনৰ নাম ‘অসমীয়া ব্যাকৰণ’ আৰু ‘ভাষাতত্ত্ব’ ।

২। ‘ডিভাইন কমেডি’ কাৰ ৰচনা?

উত্তৰঃ ‘ডিভাইন কমেডি’ ইটালীৰ বিশ্ববিখ্যাত কবি ডাণ্টেৰ ৰচনা।

৩ । নেপোলিয়ন বোনাপাৰ্ট কোন দেশৰ বীৰ আছিল ?

উত্তৰঃ নেপোলিয়ন বোনাপাৰ্ট ফ্ৰান্স দেশৰ বীৰ আছিল।

৪। মৈথিলী জৰু বঙালীয়ে কোনগৰাকী পণ্ডিতক লৈ ‘টনাটনি’ কৰে ?

উত্তৰঃ মৈথিলী জৰু বঙালীয়ে বিদ্যাপতি পণ্ডিতক লৈ টনাটনি কৰে।

৫। জাপানীবিলাকে নিজৰ দেহৰ গঢ় কাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে?

উত্তৰঃ জাপানীবিলাকে নিজৰ দেহৰ গঢ় ককেচিয়ান বিলাকৰ নিচিনা কৰিবলৈ চেষ্টা কৰিছে।

 চমু প্ৰশ্ন (মূল্যাংক -২/৩) 

১। সৌভাগ্যৰপৰা গৌৰৱ কেনেকৈ ওপজে ?

উত্তৰঃ গৌৰৱ তিনি ঠাইৰ পৰা উপন্ন হ’য়- সৌভাগ্য, শৰীৰ আৰু মন। সৌভাগ্যৰ পৰা জন্ম, ধন আৰু মন আহে। জন্মসূএে লাভ কৰা ধন আৰু মান পোৱা ব্যক্তিসকলে নিজস্ব ভাৱে কিবা ভাল কাম কৰক বা নকৰক সমাজত কিন্ত তেওঁলোকৰ স্থান সদায় একে থাকে। উদাহৰণ স্বৰূপে- নিধিৰাম বৰুৱাৰ পুতেক গৰুচোৰ হ’লেও ভূঞা পোৱালি বৰুৱাৰ ঘৰৰ ল’ৰাই আগ মালা আৰু আগ ঠেলি পোৱাৰ নিয়ম সামাজিক আইনত বন্ধা আছে। কিন্ত সাধাৰণ মানুহৰ ল’ৰা-ছোৱালীয়ে জন্মসূএে সাধাৰণ হোৱা বাবে নিজৰ কৃতিত্বৰ বাবে কিন্ত সমাজত আগস্থান নাপাই ।

২ । ৰূপৰ বলত পোৱা মান আৰু ভক্তি স্হায়ী হয়নে ? বুজাই লিখা ৷

উত্তৰঃ

৩। বিশ্বামিত্ৰৰ দুখৰ কাৰণ কি আছিল বুলি পাঠটোত কোৱা হৈছে ?

উত্তৰঃ 

৪। শুদ্ধোধনৰ নাম মানুহে কিয় জানে?

উত্তৰঃ শুদ্ধোধনৰ গৌতম বুদ্ধৰ পিতৃ আছিল বাবে মানুহে তেওঁৰ নাম জানে।

৫। দেশ জয় কৰা বীৰসকলে প্ৰকৃততে দেশ ৰাখিব পাৰেনে?

উত্তৰঃ 

১। “ধনেই ধৰ্মৰ মূল,মন নহ’লে যায় জাতি কুল” -কথাষাৰ বুজাই লিখা৷

উত্তৰঃ 

২। ‘গৌৰৱ’ প্ৰৱন্ধটোত প্ৰকৃত গৌৰৱৰ কাৰণ কি বুলি কোৱা হৈছে? 

উত্তৰঃ 

৩। প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা- “বিজেতাই মানুহক হে পৰাস্ত কৰে,মানুহৰ মনক পৰাস্ত কৰিব নোৱাৰে”৷

উত্তৰঃ 

৪। জন্মগতভাৱে লাভ কৰা ধন আৰু মান স্থায়ী হয়নে? বুজাই লিখা৷

উত্তৰঃ 

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা৷-

 “ৰূপৰ কিবা আচৰিত চুম্বক শক্তি আছে৷” 

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ ঃ

১। কালিৰাম মেধি কিমান চনত জন্ম হয়?

উত্তৰঃ কালিৰাম মেধি ১৮৭৮ চনত জন্ম হয়।

২। ‘মহাপুৰুষ শংকৰদেৱৰ বাণী’ কাৰ ৰচনা?

উত্তৰঃ মহাপুৰুষ শংকৰদেৱৰ বাণী’ কালিৰাম মেধি ৰচনা।

৩। কালিৰাম মেধিৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ কালিৰাম মেধিৰ মৃত্যু ১৯৫৪ চনত হৈছিল।

৪। কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখনমান গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ কালিৰাম মেধিয়ে সম্পাদনা কৰা কেইখন মান গ্ৰন্থৰ নাম ‘অংকাৱলী’, ‘প্ৰহ্লাদ চৰিত’, আৰু ‘মহাপুৰুষ শংকদেৱৰ বাণী’ ।

৫। কালিৰাম মেধি অসম সাহিত্য সভাৰ কোনখন অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন কেতিয়া হৈছিল?

উত্তৰঃ  কালিৰাম মেধি অসম সাহিত্য সভাৰ বৰপেটা অধিৱেশনৰ সভাপতি আছিল আৰু এই অধিৱেশন ১৯১৯ চনত হৈছিল ।

৬। হোমাৰৰ মহাকাব্য দুখনৰ নাম লিখা৷

উত্তৰঃ হোমাৰৰ মহাকাব্য দুখনৰ নাম হ’ল ‘ইলিয়াড’ আৰু ‘ওডিছী’। 

Type Himanku Bora