আধুনিক অসমত মাটিৰ পাত্ৰ তৈয়াৰ কৰা সকলক কি কি নামেৰে জনা যায়?

উত্তৰঃ- আধুনিক অসমত মাটিৰ পাত্ৰ তৈয়াৰ কৰা সকলক কুমান আৰু হীৰা নামেৰে জনা যায়।