কৈৱৰ্তসকল অনাৰ্য্য আৰু তেওঁলোকৰ অৰ্থনৈতিক ভেটি প্ৰধানকৈ কি আছিল?

উত্তৰঃ- কৈৱৰ্তসকল অনাৰ্য্য আৰু তেওঁলোকৰ অৰ্থনৈতিক ভেটি প্ৰধানকৈ মাছ মৰা আছিল।