কামৰূপৰ পৰা ব্ৰাহ্মণ পণ্ডিত বৌদ্ধ পণ্ডিতৰ সৈতে যুক্তি তৰ্কত লিপ্ত হ’বলৈ কলৈ গৈছিল?

উত্তৰঃ- কামৰূপৰ পৰা ব্ৰাহ্মণ পণ্ডিত বৌদ্ধ পণ্ডিতৰ সৈতে যুক্তি তৰ্কত লিপ্ত হ’বলৈ নালান্দালৈ গৈছিল।