গিবন | গোট ১ | Chapter 5 | Class 11 Assamese Question and Answer Assamese Medium | HS 1st Year Assamese Solution | HS 1st Year Assamese Suggestion Question and Answer | Class 11 Assamese Important Question and Answer | HS 1st Year Assamese Short Question and Answer Assam |

Lesson 5

গিবন

 অতি চমু প্ৰশ্ন (মূল্যাংক-১) 

১। এডৱাৰ্ড গিবন কোন আছিল?

উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

২। এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম অক্সফোৰ্ড মেগডালেন ।

৩। এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থ এখনৰ নাম লিখা ৷

উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্ৰন্থখনৰ নাম ”The History of the Decline and Fall of the Roman Empire” ।

৪। শ্বপেনহাৱাৰ কোন?

উত্তৰঃ শ্বপেনহাৱাৰ এগৰাকী বিখ্যাত জাৰ্মান দাৰ্শনিক।

৫। ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক কোন?

উত্তৰঃ ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাসমালাৰ লেখক লৰেঞ্চ ডাৰেল।

 চমু প্ৰশ্ন (মূল্যাংক ২/৩) 

১। জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা ৷

উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’ ।

২। দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা ৷

উত্তৰঃ দাৰ্শনিক ৰুছোয়ে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম হ’ল ‘The Social Contract’ আৰু ‘Confessions’ ।

৩। গিবনৰ সম্পূৰ্ণ নামটো কি?তেওঁ কোন শতিকাৰ লেখক?

উত্তৰঃ গিবনৰ সম্পূৰ্ণ নামটো এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক।

৪। ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?

উত্তৰঃ ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল।

৫। যৌৱনকালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?

উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছান চহৰৰ বাসিন্দা আছিল।

  দীঘল প্ৰশ্ন (মূল্যাংক-৪/৫)  

১। এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া ৷

উত্তৰঃ 

২। এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা ৷

উত্তৰঃ 

৩। এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল বুজাই লিখা ৷

উত্তৰঃ 

৪। চমু টোকা লিখা । 

ক) শ্বপেনহাৱাৰ, খ)ভলতেয়াৰ

উত্তৰঃ

৫।প্ৰসংগ-সংগতি দৰ্শাই ব্যাখ্যা কৰা ঃ “যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে৷”  

উত্তৰ: 

     

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰ ঃ

১/হোমেন বৰগোহাঞিৰ জন্ম কিমান চনত হৈছিল?

উত্তৰ: হোমেন বৰগোহাঞিৰ জন্ম ১৯৩২ চনত হৈছিল।

২/হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাসৰ নাম লিখা৷

উত্তৰ: হোমেন বৰগোহাঞিয়ে লিখা কেইখনমান উপন্যাস হ’ল- ‘সুবালা’, ‘পিতাপুএ’, ‘হালধীয়া চৰায়ে বাওধান খায়’, ‘তিমিৰ ৰ্তীথ’ আৰু ‘অস্তৰাগ’ আদি ।

৩/হোমেন বৰগোহাঞিয়ে লিখা  চুটিগল্পৰপুথিৰ নাম উল্লেখ কৰা৷

উত্তৰ: হোমেন বৰগোহাঞিয়ে লিখা চুটি গল্পৰ পুথিকেইখন হ’ল ‘বিভিন্ন কোৰাচ’ আৰু ‘বিভিন্ন নৰক’ ।

৪/বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনাসমূহ কি কি?

উত্তৰ: বৰগোহাঞিৰ আত্মজীৱনীমূলক ৰচনা সমূহ হ’ল- ‘আত্মানুসন্ধান’, ‘ধুমুহা’ আৰু ‘ৰামধেনু’ আদি। .

৫/ হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকতৰ নাম লিখা৷

উত্তৰ: হোমেন বৰগোহাঞিয়ে সম্পাদনা কৰা কেইখনমান বাতৰি কাকত হ’ল- ‘সাপ্তাহিক নীলাচল’, ‘নাগৰিক’ আৰু ‘অসমবাণী’।

৬/কি গ্ৰন্থৰ বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল?

উত্তৰ: ‘পিতাপুএ’ উপন্যাস বাবে বৰগোহাঞি দেৱে সাহিত্য অকাডেমী বঁটা লাভ কৰিছিল।

৭/হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ কোন বৰ্ষৰ সভাপতিৰ আাসন অলংকৃত কৰিছিল?

উত্তৰ: হোমেন বৰগোহাঞিয়ে অসম সাহিত্য সভাৰ ২০০১-০২ বৰ্ষৰ সভাপতিৰ আসন অলংকৃত কৰিছিল।

Type Himanku Bora