কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী | গোট ১ | Chapter 4 | Class 11 Assamese Question and Answer | HS 1st Year Assamese Answer Assam | HS 1st Year Assamese Short Question and Answer Assamese Medium | Class 11 Assamese Important Question and Answer |

Lesson 4 

কিতাপৰ কথা- প্ৰফুল্ল দত্ত গোস্বামী

 অতি চমু প্ৰশ্ন (প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ১) 

১। ছপাখানা আৰু কাগজ আৱিষ্কাৰ কোন দেশৰ আৱিষ্কাৰ ?

উত্তৰ: ছপাখানা আৰু কাগজ আৱিস্কাৰ চীন দেশৰ আৱিস্কাৰ।

২। গুৰুৰ স্থান আজিৰ যুগত কিহে কাঢ়ি লৈছে ?

উত্তৰ: গুৰুৰ স্থান আজিৰ যুগত কিতাপে কাঢি লৈছে।

৩। ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে কি দিহা দিছিল ?

উত্তৰঃ ইংৰাজ দাৰ্শনিক বেকনে কিতাপ অধ্যয়নৰ বিষয়ে দিয়া দিহাটো হ’ল- ”কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব।

৪। বিদ্যাৰ অনুশীলন নহ’লে কি হয় ?

উত্তৰঃ বিদ্যাৰ অনুশীলন নহ’লে মানুহৰ মন ভীৰুতা আৰু কু-সংস্কাৰে আৱৰি ৰাখে।

৫। কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনা আছে ?

উত্তৰঃ কিতাপ আৰু কিতাপ অধ্যয়নৰ বিষয়ে বিদেশত প্ৰচলিত যোজনাটো হ’ল-

কিতাপ মেলা মানেই লাভ।

বিদ্বান লোকে চোৰাং কাম নকৰে।

প্ৰথমবাৰ কিতাপ এখন হাতত লোৱা মানে নতুন

বন্ধু এজনেৰে চিনাকি হোৱা; দ্বিতীয়বাৰ সেইখন

হাতত লোৱা মানে পুৰণি বন্ধুক লগ পোৱা । যদিহে

কোনোেবাই অতীত আৰু বৰ্তমান জানিব খোজে

তেনেহ’লে তেওঁ পাঁচগাড়ী কিতাপ পঢ়ি ল’ব লাগে।

(খ) চমু প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক- ২ অথবা ৩ )

১। হেলেন কেলাৰৰ আত্মজীৱনীত থকা কি কথাই মানুহক কিতাপ অধ্যয়নৰ বাবে অনুপ্ৰাণিত কৰিছিল?

উত্তৰঃ 

২। আনন্দৰাম ঢেকিয়াল ফুকনে বিদ্যা আৰু জ্ঞান সৰ্ন্দভত অসমীয়া মানুহক কোৱা কথাখিনি বৰ্ণনা কৰা ৷

উত্তৰঃ 

৩। দেশ আৰু জাতিক গ্ৰন্থ অধ্যয়নে কিদৰে উপকৃত কৰে, প্ৰৱন্ধটিৰ আধাৰত বিচাৰ কৰা ৷

উত্তৰঃ 

৪। সাহিত্যৰ প্ৰতি থকা প্ৰীতিয়ে জীৱনক কেনেদৰে উদ্ভাসিত কৰিব পাৰে, হেলেন কেলাৰৰ আত্মজীৱনীৰ আঁত ধৰি বিচাৰ কৰা ৷

উত্তৰঃ 

৫। ”… কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে সি বিবেচনাকে হত্যা কৰে । ”- কথাষাৰ ব্যাখ্যা কৰা । 

উত্তৰ ঃ 

 দীঘল প্ৰশ্ন ( প্ৰতিটো প্ৰশ্নৰ মূল্যাংক – ৪ অথবা ৫) 

১। “অনাখৰী চহা লোকেও কিতাপৰ পৰা লাভ কৰিব পৰা জ্ঞানক অশ্ৰদ্ধা নেদেখুৱায় ৷” পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ 

২। “ কিছুমান কিতাপৰ সোৱাদ ল’ব লাগে, আন কিছুমান লাগে গিলিব, আৰু অলপ সংখ্যক লাগে চোবাব আৰু হজম কৰিব৷” কথাখিনিৰ তাৎপৰ্য বিশ্লেষণ কৰা ৷

উত্তৰঃ 

৩। “হে মোৰ অসমিয়া মিত্ৰ সকল, বিদ্যা জেনেকৈ ইহকালত উপকাৰক আন একো তেনে নহই;” – কথাষাৰৰ যুক্তি-যুক্ততা বিচাৰ কৰা৷

উত্তৰঃ 

৪। “কিছুমান কিতাপে ৰাইজৰ ওপৰত অদ্ভুত প্ৰভাৱ পেলায় ৷” পাঠটোৰ সহায়ত বুজাই লিখা ৷

উত্তৰঃ 

৫। “আজি যন্ত্ৰৰ যুগত গুৰুৰ স্থান সৰহখিনি কিতাপে কাঢ়ি লৈছে ৷ এতিয়া কিতাপেই গুৰু ৷” কথাখিনি পাঠটিৰ সহায়ত আলোচনা কৰা ৷

উত্তৰঃ 

অতিৰিক্ত প্ৰশ্ন আৰু উত্তৰত ঃ 

১। প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ জন্ম ১৯১৪ চনত হৈছিল।

২। ‘কেঁচা পাতৰ কঁপনি’ কাৰ উপন্যাস?

উত্তৰঃ‘কেঁচা পাতৰ কঁপনি’ প্ৰফুল্লদত্ত গোস্বামী উপন্যাস।  

৩। প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ কেইখন মান উল্লেখযোগ্য গ্ৰন্থৰ নাম হ’ল- ‘শেষ ক’ত’, ‘মনৰ পক্ষী উভতি উৰে’, ‘এই যুগৰ সাহিত্য’, ‘সাহিত্য আৰু জীৱন’, ‘অসমীয়া জন সাহিত্য’, ‘ইউৰোপৰ মনীষা’, ‘মোৰ ৰাছিয়া ভ্ৰমণ’, ‘মাণিক চন্দ্ৰ বৰুৱা’, ‘নিতে নৱৰূপ তাৰ’, ‘বুৰজ্ঞী’ আৰু ‘সংস্কৃতি’।

৪। প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম লিখা৷

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ দুখন উপন্যাসৰ নাম হ’ল ‘কেঁচা পাতৰ কঁপনি’ আৰু ‘শেষ ক’ত’।

৬। প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু কিমান চনত হৈছিল?

উত্তৰঃ প্ৰফুল্ল দত্ত গোস্বামীৰ মৃত্যু ১৯৯৪ চনত হৈছিল।

৭। “…..কিন্তু যি সজ কিতাপ এখন ধ্বংস কৰে, বিবেচনাকে হত্যা কৰে৷” – কথাষাৰ ব্যাখ্যা কৰা৷

উত্তৰঃ 

Type Himanku Bora