ছবিৰ সাঁচবোৰ কেনেকৈ সৃষ্টি কৰা হৈছিল ?

উত্তৰঃ মোহৰবোৰ বোকা মাটিৰ কোমল ফলিত বেলনা মাৰিৰ দৰে হেঁচা মাৰি, পিহি দীঘলীয়া ছবিৰ সাঁচবোৰ সৃষ্টি কৰা হৈছিল ।