ব্ৰঞ্জৰ যুগত সমসায়য়িকভাৱে প্ৰাচীন চীনত ৰাজবংশৰ ইতিহাস আৰম্ভ হৈছিল । এই যুগত ৰাজত্ব কৰা দুটা ৰাজবংশ কি ?

উত্তৰঃ ব্ৰঞ্জৰ যুগত সমসায়য়িকভাৱে প্ৰাচীন চীনত ৰাজবংশৰ ইতিহাস আৰম্ভ হৈছিল । এই যুগত ৰাজত্ব কৰা দুটা ৰাজবংশ হ’ল- জিয়া ৰাজবংশ, যাৰ আনুমানিক ৰাজত্ব কাল ২০৭০-১৬০০ খ্ৰীঃপূঃ আৰু দ্বিতীয়তে ছাং ৰাজবংশ, যাৰ আনুমানিক ৰাজত্বকাল ১৬০০ৰ পৰা ১০৪৫ খ্ৰীঃপূঃ আছিল ।