মনোযোগ আৰু আগ্ৰহ (খ) | Class 12 Education Lesson 5 Question and Answer |

মনোযোগ আৰু আগ্ৰহ (খ)

প্ৰশ্নাৱলী

ৰচনাত্মক প্রশ্ন : 

১। মনােযােগ কাক কয় । মনােযােগৰ কেইটামান সংজ্ঞা আগবঢ়োৱা । 

উত্তৰঃ 

২। মনােযােগৰ কেইটামান মনকৰিবলগীয়া বৈশিষ্ট্যৰ বিষয়ে লিখা ।

উত্তৰঃ 

৩। উদাহৰণসহ ব্যাখ্যা কৰা —

( ক ) ভাৱাত্মক আৰু সংবেদনাত্মক মনােযােগ । 

উত্তৰঃ 

( খ ) বিশ্লেষণাত্মক আৰু সংশ্লেষণাত্মক মনােযােগ । 

উত্তৰঃ 

৪। আগ্রহ কি ? ইয়াৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা ।

উত্তৰঃ 

৫ | মনােযােগ আৰু আগ্ৰহৰ সম্বন্ধ বিচাৰ কৰা ।

উত্তৰঃ 

 ৬। আগ্রহ আৰু মনােযােগৰ শিক্ষাক্ষেত্ৰত গুৰুতু সম্পর্কে আলােচনা আগবঢ়োৱা ।

উত্তৰঃ 

৭। তলত দিয়া উক্তিকেইটা ব্যখ্যা কৰা-

( ক ) “ আগ্রহ মনােযােগৰ সুপ্ত অৱস্থা আৰু মনােযােগ আগ্রহৰ সক্রিয় অৱস্থা । ” 

উত্তৰঃ 

( খ ) “ মনােযােগ আৰু আগ্রহ একেটা মুদ্ৰাৰে দুটা পিঠি মাথােন । ”

উত্তৰঃ

 ( গ ) “ আগ্রহ শিক্ষাৰ উপায় আৰু সমাপ্তিও ” ।

উত্তৰঃ  

 ৮। এগৰাকী শিক্ষক হিচাপে নিজকে গণ্য কৰি লৈ শিক্ষার্থীৰ মনোযােগ আৰু আগ্রহ বর্ধনৰ বাবে কি কি উপায় অবলম্বন কৰিবা ? 

উত্তৰঃ

 ৯। মনােযােগৰ বস্তুনিষ্ঠ আৰু ব্যক্তিনিষ্ঠ কাৰণবােৰ ব্যাখ্যা কৰা । 

উত্তৰঃ

১০। আগ্রহৰ উৎসসমূহ বর্ণনা কৰা ।

উত্তৰঃ 

১১। তলত দিয়া বিষয়সমূহৰ বিষয়ে চমুকৈ লিখা-

( ক ) মনােযােগৰ স্বৰূপ । 

উত্তৰঃ 

( খ ) ঐচ্ছিক মনােযােগ কি ? উদাহৰণ দিয়া । 

উত্তৰঃ 

( গ ) ঐচ্ছিক মনােযােগ কাক কয় ? ইয়াৰ ভাগ দুটা উল্লেখ কৰা । 

উত্তৰঃ 

চমুকৈ উত্তৰ দিবা –

১। সংবেদনাত্মক মনােযােগ কি ? উদাহৰণ দি বুজোৱা ।

উত্তৰঃ 

 ২। আগ্রহৰ অৰ্থ ব্যাখ্যা কৰা । 

উত্তৰঃ           

৩। প্রত্যক্ষ আৰু পৰােক্ষ মনােযােগ মানে কি বুজা ?

উত্তৰঃ 

 ৪। আগ্রহৰ কেইটামান ঘাই বৈশিষ্ট্য উল্লেখ কৰা । 

উত্তৰঃ 

৫। সুপ্ত আৰু আর্জিত আগ্রহ বুলিলে কি বুজা?

উত্তৰঃ 

তলত দিয়া প্ৰতিটো বাকাৰ বিপৰীতে “ শুদ্ধ ” বা “ অশুদ্ধ ” লিখি উত্তৰ দিবা-

১। মনােযােগে মনৰ সচেতনতাক আৰােপিত কৰা নুবুজায় । 

উত্তৰঃ অশুদ্ধ।

২। আগ্রহ মনােযােগৰ এক আভ্যন্তৰীণ কাৰণ ।

উত্তৰঃ শুদ্ধ।

৩। সকলাে বয়সৰ ল’ৰা – ছােৱালীয়ে বিশ্লেষমাত্মক মনােযােগ প্রদান কৰিব পাৰে ।

উত্তৰঃ

৪। কেৱল বয়সস্থলােকেহে ভাৱাত্মক মনােযােগ দিব পাৰে । 

উত্তৰঃ

৫। প্রবৃত্তিৰ পৰা সৃষ্টি হােৱা আগ্রহক সুপ্ত আগ্রহ বােলে ।

উত্তৰঃ শুদ্ধ।

৬। দীর্ঘ সময় ধৰি মনােযােগ প্রদান সম্ভৱ নহয় । 

উত্তৰঃ শুদ্ধ।

৭। আর্জিত আগ্রহ সকলাে জীৱৰে ক্ষেত্ৰত সমপর্যায়ৰ ।

উত্তৰঃ  অশুদ্ধ।

৮। একে সময়তে দুটা বিষয়ত মনােযােগ দিব নােৱাৰি ।

উত্তৰঃ শুদ্ধ।

৯।  আগ্রহ স্থায়ী আৰু অস্থায়ী দুয়ােধৰণৰ হ’ব পাৰে ।

উত্তৰঃ শুদ্ধ।

১০। মনােযােগ আৰু আগ্ৰহৰ মাজত কাচিংহে সম্বন্ধ দেখা যায় ।

উত্তৰঃ অশুদ্ধ।