সাম্প্ৰতিক বিশ্বত নিৰাপত্তা | অধ্যায় ৭ | Class 12 Political Science Lesson 7 Question and Answer Assam | Higher Secondary 2nd Year Political Science Chapter 7 Important Answer | Class 12 Political Science Chapter 7 Solution | উচ্চতৰ মাধ্যমিক দ্বিতীয় বাৰ্ষিকৰ ৰাজনীতি বিজ্ঞান অধ্যায় ৭ সাম্প্ৰতিক বিশ্বত নিৰাপত্তা পাঠটোৰ প্ৰশ্ন আৰু উত্তৰ |

সাম্প্ৰতিক বিশ্বত নিৰাপত্তা 

 ১। অর্থৰ লগত বাক্যাংশৰােৰ মিলােৱা ?

১। বিস্বাস প্ৰতিষ্ঠা কৰাৰ ব্যৱস্থা(ক) বিশেষ অস্ত্ৰপাতি পৰিত্যাগ কৰা
২। অস্ত্ৰ নিয়ন্ত্ৰণ(খ) নিয়মিতভাৱে ৰাষ্ট্ৰসমূহৰ মাজত প্ৰতিৰক্ষা বিষয়ক খবৰ আদান-প্ৰদান কৰা
৩। মিত্ৰতা বন্ধনৰাষ্ট্ৰবোৰৰ জোঁটবন্ধনৰ অৰ্থ হ’ল সামৰিক আক্ৰমণক প্ৰতিহত কৰা
৪। নিৰস্ত্ৰীকৰণ(ঘ)অস্ত্ৰ-শস্ত্ৰৰ সংগ্ৰহ বা বৰ্ধিতকৰণক নিয়ন্ত্ৰণ কৰা।


  

  ২। তলত উল্লেখ কৰা কোনবােৰক পৰম্পৰাগত নিৰাপত্তা / অ – পৰম্পৰাগত নিৰাপত্তা / ভীতি প্রদর্শন নহয় বুলি বিবেচনা কৰাঃ

( ক ) ডেংগু জ্বৰ ।

( খ ) চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা শ্রমিক আগমন।  

( গ ) নিজৰ অঞ্চলৰ বাবে পৃথক ৰাষ্ট্র গঠনৰ বাবে এটা দলৰ সৃষ্টি ।

( ঘ ) নিজৰ অঞ্চলৰ বাবে স্বায়ত্ত শাসনৰ দাবীত এটা দলৰ আৱিৰ্ভাৱ ।

( ঙ ) এখন বাতৰি কাকত যদি ৰাষ্ট্র এখনৰ সামৰিক বাহিনীৰ বাবে সংকটৰ কাৰণ হয় ।

৩। পৰম্পৰাগত আৰু অ – পৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি ? মিত্ৰজোঁট এই শ্রেণী দুটাৰ কোনটো শ্ৰেণীত অন্তর্ভুক্ত ?

৪। তৃতীয় বিশ্ব আৰু প্রথম বিশ্বৰ জনসাধাৰণে সম্মুখীন হােৱা ভাবুকি ( Threat ) ৰ মাজত প্রভেদবােৰ কি কি ? 

৫। সন্ত্রাসবাদ পৰম্পৰাগত বা অপৰম্পৰাগত নিৰাপত্তাৰ ভাবুকি অন্তর্ভুক্তনে?

৬। পৰম্পৰাগত নিৰাপত্তাৰ দৃষ্টিভংগীত ৰাষ্ট্র এখনৰ নিৰাপত্তা যেতিয়া ভাবুকিৰ সন্মুখীন হয় তেতিয়া ৰাষ্ট্ৰখনে কেনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ? 

৭। ক্ষমতাৰ ভাৰসাম্য কি ? এখন ৰাষ্ট্ৰই ইয়াক কেনেদৰে লাভ কৰিব পাৰে ? 

৮। সামৰিক জোঁটবন্ধনৰ উদ্দেশ্য কি?

৯। ভাৰতবৰ্ষৰ প্রেক্ষাপটলৈ লক্ষ্য কৰিলে ভাৰতৰ বাবে কেনেধৰণৰ নিৰাপত্তাৰ প্ৰয়ােজন— পৰম্পৰাগত নে অপৰম্পৰাগত । তােমাৰ যুক্তি সাব্যস্ত কৰাৰ বাবে তুমি উদাহৰণ আগবঢ়াবা ? 

১০। অপৰম্পৰাগত বা মানৱীয় নিৰাপত্তা মানে বুজা? মানৱীয় নিৰাপত্তাৰ প্রতি দুটা ভাবুকিৰ বিষয়ে আলােচনা কৰা ।

১১। বিশ্ব দৰিদ্ৰতাৰ বিষয়ে চমুকৈ লিখা । 

• চমু উত্তৰৰ প্রশ্ন 

১। ৰাষ্ট্র এখনৰ চৰকাৰে যুদ্ধৰ ভাবুকি বা যুদ্ধ বন্ধ কৰাৰ বাবে কেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে ?

২। ৰাষ্ট্র এখনক আভ্যন্তৰীণ ভাবুকিয়ে বিপদগ্রস্ত কৰিব পাৰেনে? যুক্তিসহকাৰে তােমাৰ মতটো সাব্যস্ত কৰা ।

৩। নিৰস্ত্রীকৰণ বুলিলে কি বুজায় ? চমুকৈ লিখা । 

৪। মানৱ নিৰাপত্তাৰ সৈতে শিক্ষা সম্বন্ধ আছেনে ? যুক্তিসহকাৰে বুজাই লিখা ।

৫। দৰিদ্ৰতাই মানুহক নিৰাপত্তাহীনতাত ভুগায় ? কথাষাৰ সত্য নে ? যুক্তিসহকাৰে তােমাৰ মতটো প্রতিপন্ন কৰা।

৬। চমুটোকা লিখা ? কৰা ।

( ক ) মানৱ অধিকাৰ আৰু নিৰাপত্তা

( খ ) প্রব্রজন আৰু মানৱ নিৰাপত্তা ।

৭। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত আন্তর্জাতিক নিয়ম অনুসৰি পার্থক্য কি ?

৮। আভ্যন্তৰীণভাৱে বিতাড়িত বুলিলে কি বুজায় ? উদাহৰণ দি বুজাই লিখা।

১। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত দুটা পার্থক্য লিখা ।

১০। প্রব্রজন আৰু মানৱীয় নিৰাপত্তাৰ মাজৰ সম্পর্ক কি ? আলােচনা কৰা । 

• অতি চমু প্রশ্নৰ উত্তৰ 

১। সন্ত্রাসবাদী সংগঠনে ৰাষ্ট্রৰ নিৰাপত্তাৰ ক্ষেত্ৰত ভাবুকি সৃষ্টি কৰেনে ?

২। জৈৱ অস্ত্র অভিৱর্তন কোন চনত হৈছিল ?

৩। ৰাসায়নিক অস্ত্র অভিৱর্তন কোন চনত হৈছিল ?

৪। জৈৱ অস্ত্র নিষিদ্ধকৰণ অভিৱৰ্তনত কিমানখন ৰাষ্ট্ৰই অংশগ্রহণ কৰিছিল ।

৫। আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু ছােভিয়েট ইউনিয়নৰ মাজত অস্ত্র নিয়ন্ত্ৰণৰ বাবে হােৱা চুক্তি এখনৰ নাম লিখা।

৬। আমেৰিকা যুক্তৰাষ্ট্ৰই কি অস্ত্র নিষিদ্ধকৰণৰ বিৰােধিতা কৰিছিল?

৭। ১৯৯০ চনৰ পৰা ১৯৯৫ চনলৈ ৭০ খন ৰাষ্ট্ৰই কিমানখন যুদ্ধত অৱতীৰ্ণ হৈছিল ? 

৮। পাৰমাণৱিক অস্ত্র নিঃসম্প্ৰসাৰণ চুক্তি কোন চনত সম্পাদন কৰা হৈছিল ? 

৯। উত্তৰ আৰু দক্ষিণৰ দেশসমূহৰ ভিতৰত কাৰ জনমূৰি আয় বেছি?

১০। জন্ম নিয়ন্ত্ৰণৰ জৰিয়তে জনমূৰি আয় বৃদ্ধি কৰিব পাৰিনে?

১১। মানৱ জাতিয়ে সন্মুখীন হােৱা দুটা ভাবুকি উল্লেখ কৰা ।

অতি চমু উত্তৰৰ আৰ্হি প্রশ্নঃ

১। নিৰাপত্তা মানে কি ?

২। আভ্যন্তৰীণভাৱে স্থানান্তৰিত লােক বুলিলে কি বুজা ?

৩।  ভাৰতে পাৰমাণৱিক পৰীক্ষণ সম্পন্ন কৰাৰ উদ্দেশ্যটো কি ? 

৪। মানৱ নিৰাপত্তা বুলিলে কি বুজা ? 

৫। গােলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া । 

৬। আন্তঃৰাষ্ট্রীয় সন্ত্রাসবাদ কি?

৭। কিহে ধনী ৰাষ্ট্ৰক আৰু অধিক ধনী কৰে ?

৮। সহযােগী নিৰাপত্তা কি ? 

৯। মানুহে কিয় প্রব্রজন কৰে?

১০। NATO ৰ সম্পূর্ণ অর্থ কি?

১১।  ভাৰতে পােন প্রথমে কেতিয়া পাৰমাণৱিক যতনৰ পৰীক্ষণ চলায়? 

১২। বিশ্ব নিৰাপত্তা কোন চনত উদ্ভৱ হৈছিল ? 

১৩। অস্ত্র নিয়ন্ত্ৰণৰ এটা উদাহৰণ দিয়া ?

১৪। নিৰস্ত্রীকৰণ চুক্তি কেতিয়া স্বাক্ষৰিত হৈছিল ? 

১৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ এটা উপাদান লিখা । 

১৬। প্ৰদূষণ মানে কি ? 

১৭। সামাজিক সুৰক্ষা জাল বুলিলে কি বুজায় ?

১৮। খালী ঠাই পূৰণ কৰা ? 

( ক ) গােলকীয় দাৰিদ্র                      ৰ আন এক উৎস।

( খ ) নিৰাপত্তাই সূচায় ভাবুকিৰ পৰা—— ।

( গ ) অপৰম্পৰাগত নিৰাপত্তাৰ ধাৰণাবােৰ                   ৰ উৰ্ধ্বত। 

১৯। কিমানখন দেশে ৰাসায়নিক অস্ত্র চুক্তিত সন্মতি দিছিল ?

২০। নিৰস্ত্রীকৰণৰ ধাৰণাই কিদৰে হিংসা এৰাই চলাত সহায় কৰে ? 

২১। সকলােবােৰ সমাজতে নিৰাপত্তাৰ ধাৰণাটো একে হয়নে ?

২২। মানৱ নিৰাপত্তা বুলিলে কি বুজা ?

২৩। বিশ্ব দৰিদ্ৰতা মানে কি ? 

২৪। সন্ত্রসবাদ কি ? 

২৫। ভাৰতীয় নিৰাপত্তা ব্যৱস্থাৰ এটা আহিলা বা উপাদান উল্লেখ কৰা।

২৬। ১৯৯২ চনৰ ৰাসায়নিক অস্ত্র অভিৱৰ্তনত কিমানখন দেশে চুক্তিবদ্ধ হৈছিল ? 

০ অতি চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ২ নম্বৰৰ ) 

১ । খালী ঠাই পূৰ কৰা  ঃ 

(ক) নিৰাপত্তা অপৰম্পৰাগত ধাৰণাটোক বা —— বােলা হয় । 

২। পৰম্পৰাগত নিৰাপত্তা আৰু অপৰম্পৰাগত নিৰাপত্তাৰ মাজত পার্থক্য কি ? 

৩। প্ৰব্ৰজনকাৰী আৰু শৰণাৰ্থীৰ মাজত পার্থক্য লিখা । 

৪। দুটা স্বাস্থ্য মহামাৰীৰ উদাহৰণ দিয়া। 

৫। ভাৰতৰ নিৰাপত্তা কৌশলৰ দুটা উপাদান উল্লেখ কৰা।

৬।  সন্ত্রাসবাদক নিৰাপত্তাৰ প্রতি এক ভাবুকি বুলি তুমি ভাবানে? কিয়? 

৭। ভাবুকিৰ দুটা নতুন উৎস উল্লেখ কৰা।

৮।নতুনকৈ স্বাধীন হােৱা দেশসমূহে সন্মুখীন হােৱা নিৰাপত্তাৰ প্ৰত্যাহ্বানবােৰ ইউৰােপৰ প্ৰত্যাহ্বানবোৰতকৈ কিদৰে পৃথক?

৯।  গােলকীয় নিৰাপত্তাৰ ধাৰণাটো কি? 

১০। ব্যক্তিগত ভাবুকিৰ দুটা উৎস উল্লেখ কৰা।

১১। সামৰিক ভাবুকি কি ? ই কিদৰে দেশৰ প্রতি বৃহৎ বিপদ হ’ব পাৰে? 

১২। পৰম্পৰাগত নিৰাপত্তাৰ দুটা উপাদান উল্লেখ কৰা । 

১৩। সন্ত্রাসবাদৰ নিৰাপত্তাৰ প্ৰতি এক পৰম্পৰাগত বা অপৰম্পৰাগত ভাবুকি হয়নে ?

১৪। খালী ঠাই পূৰণ কৰাঃ

( ক ) কাশ্মীৰ উপত্যকাত হিংসা বিয়পাই দিয়া            ৰ এটা উদাহৰণ।

( খ ) মানুহৰ নিৰাপত্তা হ’ল                ৰপ্ৰতিৰক্ষাতকৈ                      ৰহে অধিক প্ৰতিৰক্ষা। 

( গ ) নিৰাপত্তাৰ অপৰম্পৰাগত               হ’ল                 উৰ্ধবত।

১৫। ভাবুকিৰ পৰা মুক্তিৰ বিৰুদ্ধে এখন দেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ নিৰাপত্তাবােৰ কি কি?

১৬। মানৱ অধিকাৰৰ বিভিন্ন ধৰণৰ শ্রেণীবিভাগবােৰ কি কি? 

১৭। তিনিটা গুৰুত্বপূৰ্ণ আন্তৰাষ্ট্ৰীয় সংগঠনৰ নাম লিখা। 

১৮।  মানৱ অধিকাৰ বুলিলে কি বুজা? 

১৯। বিশ্ব ৰাজনীতিত আমেৰিকা যুক্তৰাষ্ট্রৰ আধিপত্য বুলিলে কি বুজা?

 • চমু উত্তৰৰ আদর্শ প্রশ্নঃ ( ৪ নম্বৰৰ ) 

১। বহিঃ ভাবুকিৰ পৰা নিৰাপত্তাৰ পৰম্পৰাগত ধাৰণাৰ উপাদান চাৰিটা কি কি? উদাহৰণ দিয়া।

২ । মানৱ অধিকাৰ মানে কি? মানৱ অধিকাৰৰ বিভিন্ন প্ৰকাৰবােৰ কি কি?

৩।  ক্ষমতাৰ সন্তুলন কি? এখন ৰাষ্ট্ৰই কিদৰে ইয়াক পাব পাৰে?

৪। নিৰাপত্তাৰ প্রতি অপৰম্পৰাগত ভাবুর্কিসমূহৰ মােকাবিলাৰ ক্ষেত্ৰত সহযােগিতা অতি গুৰুত্বপূর্ণ বুলি তুমি ভাবানে? অপৰম্পৰাগত ভাবুকিসমূহৰ বিৰুদ্ধে যুঁজ দিবলৈ আন্তঃৰাষ্ট্ৰীয় সহযােগিতা কিদৰে সহায়ক হ’ব পাৰে?

৫। ভাৰতৰ নিৰাপত্তা কৌশল উপাদান চাৰিটা কি কি?

৬। পৰম্পৰাগত নিৰাপত্তাৰ চাৰিটা উপাদান উল্লেখ কৰা । 

৭। মহাশক্তিধৰ ৰাষ্ট্রসমূহে সন্মুখীন হােৱা বহিঃ ভাবুকিসমূহ কি কি?

৮। ক্ষমতাৰ সন্তুলন কি? এখন দেশে কিদৰে ইয়াক পাব পাৰে?

৯। মানুহৰ নিৰাপত্তাৰ প্রতি সুৰক্ষাৰ বিভিন্ন ধাৰণাবােৰ কি কি?

১০। শৰণার্থী সমস্যা সম্পর্কে এটা টোকা লিখা।

১১। ভাবুকিৰ এটা নতুন উৎস হিচাপে স্বাস্থ্য মহামাৰীৰ সংজ্ঞা দিয়া।

১২। মানুহৰ নিৰাপত্তাৰ ধাৰণাটো বিশ্লেষণ কৰা।

১৩। ১৯৭২ চনৰ জৈৱিক অস্ত্র সম্পর্কীয় সন্মিলনত কি সিদ্ধান্ত লােৱা হৈছিল?

১৪। ‘ ৰাষ্ট্ৰক্ষেত্রীয় নিৰাপত্তা ‘ সম্পৰ্কত এটা টোকা লিখা।

১৫। ‘মানৱ নিৰাপত্তাই অভাৱৰ পৰা মুক্ত আৰু ভৰ পৰা মুক্তকে সূচায় ‘ — ব্যাখ্যা কৰা ।

১৬। অপৰম্পৰাগত নিৰাপত্তা বুলিলে কি বুজা ? 

১৭। সন্ত্রাসবাদ নিৰাপত্তাৰ এক পৰম্পৰাগত অথবা অপৰম্পৰাগত ভাবুকি হয়নে? 

• দীঘলীয়া উত্তৰৰ আদর্শ প্রশ্ন : ( ৬ নম্বৰৰ )

১।  মানৱ নিৰাপত্তা কি? মানৱ নিৰাপত্তাৰ হন আৰু ঠেক ধাৰণা আলােচনা কৰা ?

২ । সামৰিক জোট বন্ধনৰ উদ্দেশ্য কি? ইয়াৰ এটা উদাহৰণ দিয়া?

৩। ‘নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণাই নিৰাপত্তাৰ প্ৰতি ভাবুকিৰ পৰিৱৰ্তিত প্ৰকৃতিৰ ওপৰত আলােকপাত কৰে । এই নতুন ভাবুকিবােৰ কি কি?

৪।  হিংসাৰ হাত সৰাৰ কেইটামান উপায়ৰ পৰামৰ্শ দিয়া।

৫।  প্রত্যয় সৃষ্টি কি? হিংসাৰ পৰা হাত সৰাৰ ই এটা উপায়নে?

৬।  নিৰাপত্তাৰ অপৰম্পৰাগত ধাৰণা কি? ইয়াৰ ক্রিয়া ক্ষেত্ৰৰ তালিকা দিয়া।

৭।  তৃতীয় বিশ্ব আৰু প্রথম বিশ্বত বাস কৰা লােকসকলে সন্মুখীন হােৱা বিভিন্ন ভাবুকিবােৰ কি কি?

৮।  সন্ত্রাসবাদে গুৰুতৰ আইন – শৃংখলা সমস্যাৰ সৃষ্টি কৰে আৰু সমাজৰ সংহতি বিনষ্ট কৰে। উদাহৰণসহ উক্তিটোৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

৯।  বিশ্ব দৰিদ্ৰতা মানে কি? ইয়াৰ প্ৰধান কাৰণ কি?

১০। অস্ত্র নিয়ন্ত্রণ সন্দৰ্ভত এটা টোকা লিখা।

১১। টোকা লিখাঃ

অস্ত্ৰৰ দৌৰ আৰু ইয়াৰ প্ৰভাৱ । 

১২। ক্ষমতাৰ ভাৰসাম্যৰ বৈশিষ্ট্য চমুকৈ আলােচনা কৰা। 

১৩। ক্ষমতাৰ ভাৰসাম্য মানে কি? এখন ৰাষ্ট্ৰই ক্ষমতাৰ ভাৰসাম্য কেনেদৰে প্রতিষ্ঠা কৰিব পাৰে?