জলভাগ (মহাসাগৰবোৰ) | অধ্যায় ১৩ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 13 Important Question and Answer Solution | HS 1st Year Geography Chapter 13 Shorts Important Question and Answer Notes and Suggestion |

জলভাগ (মহাসাগৰবোৰ)

-অনুশীলন-

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো জলচক্ৰৰ অংশ নহয় 

(১) বাষ্পভৱন (Evaporation)  (২) পানীকৰণ (Hydration) 

(৩) অধঃক্ষেপণ (Precipitation)  (৪) ঘণীভূত হোৱা (Condensation) 

উত্তৰঃ 

(খ) মহীঢালৰ গড় গভীৰতা কিমান ? 

(১) ২ – ২০ মিটাৰ    (২) ২০০ – ২,০০০ মিটাৰ 

(৩) ২০ – ২০০ মিটাৰ  (৪) ২,০০০ – ২০,০০০ মিটাৰ 

উত্তৰঃ 

(গ) তলৰ কোনটো সাগৰৰ তলিৰ ক্ষুদ্ৰ ভূ-অৱয়ব নহয় 

(১) জলমগ্ন পাহাৰ শৃঙ্গ (Seamount)    (২) এটল (Atoll) 

(৩) সাগৰীয় খাত (Oceanic Deep)  (৪) নিমগ্ন দ্বীপ (Guyot) 

উত্তৰঃ  

(ঘ) সৱণতা মানে হ’ল লোণৰ পৰিমাণ প্ৰতি সাগৰৰ পানীত দ্ৰবীভূত থকা 

(১) ১০ গ্ৰাম   (২) ১০০ গ্ৰাম 

(৩) ১,০০০ গ্ৰাম  (৪) ১০,০০০ গ্ৰাম 

উত্তৰঃ 

(ঙ) তলৰ কোনটো আটাইতকৈ সৰু মহাসাগৰ ? 

(১) ভাৰত মহাসাগৰ     (২) আৰ্কটিক মহাসাগৰ 

(৩) আটলান্টিক মহাসাগৰ   (৪) প্ৰশান্ত মহাসাগৰ

উত্তৰঃ  

২. তলৰ প্ৰশ্নবোৰৰ ৩০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া ।

(ক) পৃথিৱীক কিয় নীলাগ্ৰহ কোৱা হয় ?

উত্তৰঃ

(খ) মহাদেশীয় কাষ (margin) কি ? 

উত্তৰঃ

(গ) মহাসাগৰবোৰৰ গভীৰ খাতবোৰ তালিকাভুক্ত কৰা ।

উত্তৰঃ

(ঘ) থাৰ্মোক্লাইন বা উত্তাপৰেখা (thermocline) কি ?

উত্তৰঃ

(ঙ) সাগৰৰ ফালে গ’লে তুমি কি কি উত্তাপৰ স্তৰ পাবা ? গভীৰতা বঢ়াৰ লগে লগে উত্তাপৰ তাৰতম্য হয় কিয় ?

উত্তৰঃ

(চ) সাগৰৰ পানী লৱণতা কি  ? 

উত্তৰঃ

৩. তলৰ প্ৰশ্নবোৰৰ ১৫০ টা শব্দৰ ভিতৰত উত্তৰ দিয়া । 

(ক) জলচক্ৰৰ বিভিন্ন উপাদানবোৰ কেনেকৈ  পৰস্পৰ সম্পৰ্কিত ? 

উত্তৰঃ

(খ) সাগৰীয় পানীৰ উত্তাপ বিতৰণত কোনবোৰ কাৰকে প্ৰভাৱ পেলায় । 

উত্তৰঃ