পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিবৰ্তন | অধ্যায় ১২ | Class 11 Geography Important Question and Answer Assam | HS 1st Year Geography Chapter 12 Shorts Important Question and Answer Assamese Medium | HS 1st Year Geography Chapter 12 Shorts Important Question and Answer Notes and Suggestion |

পৃথিৱীৰ জলবায়ু আৰু জলবায়ুৰ পৰিৱৰ্তন

-অনুশীলন-

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions) 

(ক) তলৰ কোনটো কোপেনৰ ‘A’ প্ৰকাৰৰ জলবায়ুৰ কাৰণে গ্ৰহণযোগ্য ? 

(১) ১২ মাহে অধিক বৰষুণ 

(২) আটাইতকৈ শীতল মাহটোৰ গড় উত্তাপ ০° ছেলছিয়াছৰ ওপৰত থাকে 

(৩) ২১ মাহ ভিতৰত, প্ৰত্যেক মাহৰে গড় উত্তাপ ১৮° ছে.ৰ ওপৰত থাকে 

(৪) প্ৰত্যেক মাহৰ উত্তাপ ১০° ছে.ৰ তলত থাকে

উত্তৰঃ 

(খ) কোপেনৰ জলবায়ুৰ শ্ৰেণীবিভাজনক কোৱা হ’য়ঃ

(১) ব্যৱহাৰিক (Applied)  (২) প্ৰণালীৱদ্ধ (Syetematic) 

(৩) জন্মভিত্তিক বা সৃষ্টিধৰ্মী (Genetic)  (৪) দৃষ্টভিত্তিক বা দেখি ধাৰণা কৰা বিধৰ (Empirical) 

উত্তৰঃ 

(গ) কোপেনৰ পদ্ধতি মতে, ভাৰতৰ অধিক অঞ্চলক ভাগ কৰা হৈছে তলৰ কোনটোৰে ঃ

(১) ‘Af  (২) ‘BSh’  (৩) ‘Cfd’  (৪) ‘Am’ 

উত্তৰঃ 

(ঘ) তলত দিয়াবোৰৰ কোনটো বছৰত গোলকীয় উত্তাপ বেছি আছিল? 

(১) ১৯৯০  (২) ১৯৯৮  (৩) ১৮৮৫  (৪) ১৯৫০

উত্তৰঃ  

(ঙ) তলৰ চাৰিটা গোটৰ কোনটোৱে আৰ্দ্ৰ অৱস্থা বুজায় ? 

(১) A-B-C-D-E

(২) A-C-D-E

(৩) B-C-D-E

(৪) A-C-D-F

উত্তৰঃ 

২. ৩০ টা শব্দৰ ভিতৰত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(ক) কোপেনে জলবায়ুক শ্ৰেণীবিভাগ কৰিবলৈ, জলবায়ুৰ কোন দুটা উপাদান ব্যৱহাৰ কৰিছিল ? 

উত্তৰঃ

(খ) জলবায়ুৰ সৃষ্টিধৰ্মী শ্ৰেণীবিভাগটো (genetic) কি ধৰণে দৃষ্টধৰ্মী (empirical) শ্ৰেণীবিভাগৰ পৰা পৃথক ? 

উত্তৰঃ

(গ) কোনো প্ৰকাৰৰ জলবায়ুত উত্তাপৰ পৰিসৰ আটাইতকৈ কম ? 

উত্তৰঃ

(ঘ) সৌৰচেকা (Sunspots) বৃদ্ধি হ’ল কোন প্ৰকাৰৰ জলবায়ুৰ অৱস্থা দেখা যায় ? 

উত্তৰঃ

৩.  ১৫০ টা শব্দত তলৰবোৰৰ উত্তৰ দিয়া । 

(ক) ‘A’ আৰু ‘B’ প্ৰকাৰৰ জলবায়ুৰ অৱস্থাৰ তুলনা কৰা । 

উত্তৰঃ

(খ) ‘C’ আৰু ‘B’ প্ৰকাৰৰ জলবায়ুত কি ধৰণৰ উদ্ভিদ দেখা যায়? 

উত্তৰঃ

(গ) সেউজগৃহ গেছ’ বুলিলে কি বুজা ? এই বােৰ গেছৰ এখন তালিকা বনোৱা । 

উত্তৰঃ