জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান | অধ্যায় ৯ | HS 1st Year Political Science Question and Answer Assam | Class 11 Political Science Chapter 9 Important Question and Answer Solution Assamese Medium | HS 1st Year Political Science Chapter 9 Question and Answer Notes and Suggestion |

জীৱন্ত দলিল হিচাপে ভাৰতীয় সংবিধান

(CONSTITUTION AS A LIVING DOCUMENT)

Chapter 9

প্ৰশ্নাৱলীৰচনাধৰ্মী

প্ৰশ্নঃ১। ভাৰতীয় সংবিধানখন গতিশীল হয় নে? যদি হয় তেন্তে এই গতিশীলতা কেনেদৰে ৰক্ষা কৰা হৈছে আলোচনা কৰা।

 উত্তৰঃ
২। গতিশীলতা ভাৰতীয় সংবিধানৰ অন্যতম বৈশিষ্ট্য – আলোচনা কৰা।

উত্তৰঃ
৩। ভাৰতীয় সংবিধানৰ সংশোধনী প্রক্রিয়া সম্পর্কে ব্যাখ্যা কৰা।                                                                          [HS(XI) 2017] 

 উত্তৰঃ
৪। গতিশীল বনাম অস্থিৰ সংবিধান কি উদাহৰণসহ বুজাই লিখা।  

উত্তৰঃ

৫। ভাৰতীয় সংবিধানৰ ৪২তম সংশোধনীৰ ওপৰত এটা টোকা লিখা।                                                                 [HS (XI) 2016]

  উত্তৰঃ
৬। ১৯৭৬ চনৰ সংবিধানৰ ৪২তম সংশোধনীৰ প্ৰধান ব্যৱস্থাসমূহ আলোচনা কৰা।

 উত্তৰঃ
৭।     “ভাৰতীয় সংবিধানখন এখন জীৱন্ত দলিল” -আলোচনা কৰা।                                                                     [HS(XI) 2018 ] 

 উত্তৰঃ

৮। ভাৰতীয় সংবিধানৰ মূল গাঁথনি বুলিলে কি বুজা? মূল গাঁথনিৰ গুৰুত্ব আলোচনা কৰা। 

উত্তৰঃ
৯। সংবিধান সংশোধনত বিশেষ সংখ্যাগৰিষ্ঠতাৰ প্ৰয়োজন ব্যাখ্যা কৰা। 

উত্তৰঃ
১০৷ ভাৰতীয় সংবিধানৰ বহুবিলাক সংশোধনী ন্যায়ালয় আৰু সংসদৰ ব্যাখ্যাৰ দ্বাৰা স্থপিত হৈছে। উদাহৰণসহ বুজাই লিখা।

উত্তৰঃ

১১। যদি সংবিধান সংশোধনী ক্ষমতা নিৰ্বাচিত প্রতিনিধিৰ তেনে সংশোধনীৰ ওপৰত বৈধতা বিচাৰ ক্ষমতা ন্যায়ালয়ৰ থকা অনুচিত। তুমি  মানি লোৱা নে? ১০০টা শব্দৰ ভিতৰত তোমাৰ উত্তৰ দিয়া।

 উত্তৰঃ
১২। ভাৰতীয় সংবিধানৰ ৰাজনৈতিক দৰ্শনৰ ওপৰত এটা চমু টোকা লিখা।                                                          [HS(XT) 2019]  

উত্তৰঃ
চমু উত্তৰৰ প্ৰশ্ন (Short Answer Questions ) : 

 ১। ভাৰতীয় সংবিধানৰ গতিশীলতাৰ সপক্ষে চাৰিটা যুক্তি দিয়া।

উত্তৰঃ 
২। ভাৰতীয় সংবিধানখন কেনেকৈ সংশোধন কৰা হয়? 

উত্তৰঃ

৩। ভাৰতীয় সংবিধানখন কিমানবাৰ সংশোধন কৰা হৈছে? যিকোনো দুটা সংশোধনী ব্যাখ্যা কৰা। 

উত্তৰঃ
৪। বিশেষ সংখ্যাগৰিষ্ঠতা কেনে ক্ষেত্ৰত প্ৰয়োজন হয় বুজাই লিখা।

উত্তৰঃ
৫। সংবিধানৰ ৪২তম সংশোধনীৰ চাৰিটা পৰিৱৰ্তন উল্লেখ কৰা।

উত্তৰঃ  
৬। ভাৰতীয় সংবিধান সংশোধনীৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।

উত্তৰঃ
৭। ভাৰতীয় সংবিধানৰ চাৰিটা মূল গাঁথনি উল্লেখ কৰা। 

উত্তৰঃ ভাৰতীয় সংবিধান চাৰিটা মূল গাঁথনি হ’ল-

৮। ভাৰতীয় সংবিধানৰ বিকাশত ন্যায়পালিকাৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ
৯। কেশৱানন্দ ভাৰতী গোচৰ চমুকৈ বৰ্ণনা কৰা। 

উত্তৰঃ
১০। ভাৰতীয় সংবিধান ইমান বেছি সংশোধন কৰাৰ চাৰিটা কাৰণ উল্লেখ কৰা। 

উত্তৰঃ
১১।     ভাৰতীয় সংবিধানৰ সংশোধন পদ্ধতিৰ যিকোনো চাৰিটা আসোঁৱাহ আঙুলিয়াই দিয়া।                          [HS (XI) 2015] 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন (Very short answer questions)  

১। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে ইয়াৰ সংশোধনৰ প্ৰক্ৰিয়াক আলোচনা কৰে?

উত্তৰঃ
২। সংবিধানৰ এটা প্রয়োজনীয়তা উল্লেখ কৰা

।উত্তৰঃ
৩। ভাৰতীয় সংবিধানখন স্থিতিশীল নে গতিশীল?

উত্তৰঃ
৪। ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদত সংবিধান সংশোধনৰ ব্যৱস্থা আছে?

উত্তৰঃ

৫। উচ্চতম ন্যায়ালয়ে কোনটো গোচৰত ভাৰতৰ সংবিধানৰ মূল গাঁথনিৰ সূত্ৰ আগবঢ়াইছিল? [HS (XI) 2019]

উত্তৰঃ
৬৷ সাধাৰণ আইন প্রণয়ন প্রক্রিয়াৰ দ্বাৰা সংশোধন কৰিব পৰা ভাৰতীয় সংবিধানৰ এটা বিষয় বস্তু উল্লেখ কৰা।   

উত্তৰঃ

৭। জৰুৰীকালীন সময়ত কোনটো সংশোধনী সংঘটিত হৈছিল।

 উত্তৰঃ

৮। কোনটো সংশোধনীয়ে সংবিধানত মৌলিক কর্তব্য সন্নিবিষ্ট কৰিছে? 

উত্তৰঃ

৯। কোনটো সংশোধনীৰ জৰিয়তে ভাৰতীয় সংবিধানৰ পৰা “ব্যক্তিগত সম্পত্তিৰ অধিকাৰ” উঠাই দিয়া হয়? 

 উত্তৰঃ

১০। কোন চনত সংবিধানৰ ৭৩-নং সংশোধনী আইন পাছ হৈছে।  

উত্তৰঃ

১১। পাকিস্তানৰ সংবিধান কোন চনত প্ৰণয়ন কৰা হৈছিল।  

উত্তৰঃ

১২। সংবিধানৰ এটা মূল গাঁথনিৰ নাম লিখা।  

 উত্তৰঃ

১৩। ভাৰতৰ সংবিধান সংশোধন কেই প্ৰকাৰে কৰিব পাৰি?

  উত্তৰঃ

১৪। ভাৰতীয় সংবিধান কোন চনত প্ৰথম সংশোধন কৰা হৈছিল?

 উত্তৰঃ

শুদ্ধ উত্তৰ বাচি উলিওৱা (Choose the correct answers): 

 ১। সংবিধান সময়ে সময়ে সংশোধন কৰিব লগা হয় কাৰণ —

 (ক) পৰিস্থিতিৰ পৰিৱৰ্তনৰ লগে লগে অনুৰূপ সংশোধনীৰ প্ৰয়োজন হয়।

(খ) এটা সময়ত লিখা এখন দলিল কিছু বছৰৰ পিছত অপ্রচলিত হয়

 (গ) প্রত্যেক পুৰুষৰ (Generation) ৰুচি অনুসৰি এখন সংবিধান থাকে  

(ঘ) ই চলিত চৰকাৰৰ দৰ্শন প্রতিফলিত কৰে 

উত্তৰঃ

২। তলত দিয়াবিলাক সঁচা নে মিছা লিখা : 

 (ক) এখন সংশোধনী বিধেয় পুনৰ বিবেচনাৰ বাবে ৰাষ্ট্রপতিয়ে সংসদলৈ ঘূৰাই পঠিয়াব নোৱাৰে।
(খ) সংবিধান সংশোধন কৰিবলৈ অকল নির্বাচিত প্রতিনিধিসকলৰহে ক্ষমতা আছে।
(গ) ন্যায়পালিকাই সংবিধান সংশোধনীত আগভাগ ল’ব নোৱাৰে কিন্তু সংবিধান বেলেগ ধৰণে ব্যাখ্যা কৰি ইয়াৰ পৰিৱৰ্তন আনিব  পাৰে।
(ঘ) সংসদে সংবিধানৰ যিকোনো ধাৰা (Section) সংশোধন কৰিব পাৰে। 

  উত্তৰঃ

৩। তলৰ কোনবোৰ ভাৰতৰ সংবিধান সংশোধনৰ লগত সংযুক্ত? কেনে ধৰণে সংযুক্ত

  (ক) ভোটাৰ     (খ) ভাৰতৰ  ৰাষ্ট্ৰপতি (গ) ৰাজ্যিক বিধানমণ্ডল (ঘ) সংসদ         (ঙ) ন্যায়পালিকা  উত্তৰঃ

 ৪। এতিয়ালৈ হোৱা সংশোধনীবিলাকৰ ভিতৰত ৪২তম সংশোধনী আটাইতকৈ বেছি বিতর্কমূলক। তলত উল্লেখ কৰা কোনবোৰ  বিতর্কমূলক কাৰণ?

  (ক) এইটো কৰা হৈছিল জাতীয় জৰুৰী অৱস্থা ঘোষণা কৰা সময়ত আৰু এই জাতীয় জৰুৰী অৱস্থা ঘোষণাই আছিল বিতর্কমূলক। 

 (খ) বিশেষ সংখ্যাগরিষ্ঠতাব সমর্থন নোহোৱাকৈ এই সংশোধনী কার্যকৰী কৰা হৈছিল।

 (গ) ৰাজ্যৰ বিধানমণ্ডলসমূহৰ অনুমোদন নোহোৱাকৈ এইটো কৰা হৈছিল। 

 (ঘ) ইয়াত সন্নিবিষ্ট কৰা ব্যৱস্থাসমূহ (Provisions) বিতর্কমূলত আছিল। 

উত্তৰঃ

৫। বিধানমণ্ডল আৰু ন্যায়পালিকাৰ মাজত সংশোধনী লৈ হোৱা মতানৈকাৰ তলত উল্লেখ কৰা কোনটো ব্যাখ্যা যুক্তিযুক্ত নহয় ?

(ক) সংবিধানৰ বিভিন্ন ব্যাখ্যা সম্ভৱ

(খ) গণতন্ত্ৰত বিতৰ্ক আৰু বিৰোধ স্বাভাবিক

(গ) সংবিধানে কিছুমান উচ্চমানৰ নিয়ম-নীতিৰ ওপৰত বেছি গুৰুত্ব দিয়ে আৰু বিশেষ সংখ্যাগৰিষ্ঠতাৰে সংশোধন কৰাৰ অনুমতি দিয়ে 

(ঘ) বিধানমণ্ডলক নাগৰিকৰ অধিকাৰ ৰক্ষণা-বেক্ষণৰ দায়িত্ব অর্পণ কৰিব নোৱাৰি  উত্তৰ

৬। মূল গাঁথনি তত্ত্বৰ শুদ্ধ বাক্যবোৰ চিনাক্ত কৰা। অশুদ্ধ বাক্যবোৰ শুদ্ধ কৰাঃ

(ক) সংবিধানে মূল নীতিসমূহ নিৰ্দিষ্ট কৰি দিয়ে 

(খ) মূল গাঁথনিৰ বাহিৰে সংবিধানৰ আন যিকোনো অংশ বিধানমণ্ডলে সংশোধন কৰিব পাৰে 

(গ) ন্যায়পালিকাই সংবিধানৰ কোনটো বিষয় মূল গাঁথনি হয় আৰু কোনটো নহয় ব্যাখ্যা কৰি দিয়ে 

 (ঘ) এই তত্ত্বটো পোন প্ৰথম কেশৱানন্দ ভাৰতী গোচৰত উদ্ঘাটন হয় আৰু ইয়াৰ পৰৱৰ্তী গোচৰৰ ৰায়দানত আলোচনা কৰা হয় 

(ঙ) এই তত্ত্বটোৱে ন্যায়পালিকাৰ ক্ষমতা বৃদ্ধি কৰে আৰু বিভিন্ন ৰাজনৈতিক দল আৰু চৰকাৰে মানি চলিবলৈ বাধ্য থাকে।

উত্তৰঃ