স্থানীয় চৰকাৰ | অধ্যায় ৮ | HS 1st Year Political Science Question and Answer Assam | Class 11 Political Science Chapter 8 Important Question and Answer Solution Assamese Medium | HS 1st Year Political Science Chapter 8 Question and Answer Notes and Suggestion |

স্থানীয় চৰকাৰ

(Local Government)

Chapter 8

প্ৰশ্নাৱলী

ৰচনাধৰ্মী প্ৰশ্ন ঃ

১। স্থানীয় চৰকাৰ কাক বোলে? স্থানীয় চৰকাৰৰ প্ৰয়োজনীয়তা সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

২। স্থানীয় চৰকাৰ বুলিলে কি বুজা? স্থানীয় চৰকাৰৰ উপযোগিতা ব্যাখ্যা কৰা। 

উত্তৰঃ

৩। স্থানীয় চৰকাৰ কি? ক্ষমতাৰ বিকেন্দ্ৰীকৰণৰ লগত স্থানীয় চৰকাৰৰ সম্পৰ্ক আলোচনা কৰা। 

উত্তৰঃ

৪। স্থানীয় চৰকাৰৰ বৈশিষ্ট্যবিলাক আলোচনা কৰা।

উত্তৰঃ

৫।স্থানীয় চৰকাৰ আৰু গণতন্ত্ৰৰ সম্পৰ্ক ব্যাখ্যা কৰা। 

উত্তৰঃ

৬। স্থানীয় চৰকাৰত ৰাজনৈতিক দলৰ ভূমিকা আলোচনা কৰা।  

উত্তৰঃ

৭। ধৰা হ’ল তোমাক এখন ৰাজ্যৰ স্থানীয় চৰকাৰৰ আঁচনি এখন তৈয়াৰ কৰাৰ দায়িত্ব দিয়া হ’ল। গাঁও পঞ্চায়তক স্থানীয় প্রশাসনৰ এটা গোট হিচাপে কার্য সম্পাদন কৰিবলৈ তুমি কি কি ক্ষমতা দিবা? পাঁচটা ক্ষমতা উল্লেখ কৰা আৰু এই ক্ষমতা দিয়াৰ বাবে প্ৰতিটোৰে দুটা বাক্যত কাৰণ দর্শােৱা।  

উত্তৰঃ

৮। ভাৰতীয় সংবিধানৰ ৭৩নং সংশোধনী অনুসৰি পঞ্চায়তীৰাজ অনুষ্ঠানৰ নিৰ্বাচনী ব্যৱস্থাক ব্যাখ্যা কৰা। [HS(XT) 2019]

উত্তৰঃ

৯। ৭৩-নং সংশোধনীত সামাজিকভাৱে পিছপৰা শ্ৰেণীৰ বাবে সংৰক্ষণৰ কি কি ব্যৱস্থা আছে? এই ব্যৱস্থাবোৰে কেনেদৰে গাঁও    পঞ্চায়তৰ  নেতৃত্বৰ আকৃতি সলনি কৰিছে?  

উত্তৰঃ

১০। স্থানীয় চৰকাৰৰ ৭৩-নং সংশোধনীৰ আগৰ আৰু পিছৰ প্ৰধান পাৰ্থক্যবোৰ কি কি? 

উত্তৰঃ

১১। প্রাক্-স্বাধীনতাৰ কালত ভাৰতত স্থানীয় চৰকাৰৰ ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা।  

উত্তৰঃ

১২। স্বাধীন ভাৰতত স্থানীয় চৰকাৰৰ বিকাশ সম্পৰ্কে চমুকৈ লিখা। 

উত্তৰঃ

১৩। ৭৩তম সংবিধান সংশোধনী আইনে গাঁও অঞ্চলৰ স্থানীয় শাসনত কেনে ধৰণৰ পৰিৱৰ্তন আনিছে বৰ্ণনা কৰা।  

উত্তৰঃ

১৪। ৭৩তম সংবিধান সংশোধনী আইনৰ পাঁচটা বৈশিষ্ট্য লিখা।                                                                                      [HS(XI) 2018]  

উত্তৰঃ

১৫। ৭৪তম সংবিধান সংশোধনী আইনে নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ ক্ষেত্ৰত কি পৰিৱৰ্তন সাধন কৰিছে? 

উত্তৰঃ

১৬। গুৱাহাটী পৌৰ নিগমৰ কাৰ্যাৱলী বর্ণনা কৰা।  

উত্তৰঃ

১৭। ১৯৯৪চনৰ পঞ্চায়ত আইন মতে গাঁও পঞ্চায়তৰ ক্ষমতা আৰু কাৰ্যাৱলী আলোচনা কৰা।                         [HS(XI) 2016] 

উত্তৰঃ

চমু উত্তৰৰ প্রশ্ন (Short Answer Questions):  

১। স্থানীয় চৰকাৰৰ দুটা বৈশিষ্ট্য লিখা।          [HS(XT) [2017]  

উত্তৰঃ

২। পঞ্চায়ত ব্যৱস্থাৰ সংগঠন।  

উত্তৰঃ

৩। স্থানীয় শাসনৰ চাৰিটা প্ৰয়োজনীয়তা উল্লেখ কৰা।  

উত্তৰঃ

৪। স্থানীয় স্বায়ত্বশাসন কাক বোলে? স্থানীয় স্বায়ত্বশাসনৰ তিনিটা বৈশিষ্ট্য লিখা।                                     [HS(XI) 2015]

উত্তৰঃ

৫। পঞ্চায়ত ব্যৱস্থাৰ উন্নয়নৰ কাৰণে পঞ্চায়তীৰাজ আইনত থকা চাৰিটা ব্যৱস্থাৰ নাম লিখা।    

উত্তৰঃ

৬।পঞ্চায়তীৰাজ আইনৰ চাৰিটা আসোঁৱাহ উল্লেখ কৰা। 

ত্তৰঃ

৭। পঞ্চায়তীৰাজৰ গুৰুত্ব আলোচনা কৰা।  

উত্তৰঃ

৮। পঞ্চায়ত আইনৰ আসোঁৱাহ দূৰ কৰাৰ কাৰণে চাৰিটা পৰামৰ্শ আগবঢ়োৱা।   

উত্তৰঃ

৯। নগৰ অঞ্চলৰ স্থানীয় চৰকাৰৰ চাৰিটা কাৰ্য লিখা। 

উত্তৰঃ

১০। জিলা পৰিষদৰ চাৰিটা কাৰ্য চমুকৈ বৰ্ণনা কৰা।  

উত্তৰঃ

১১। সংবিধানৰ ৭৩তম আৰু ৭৪তম সংশোধনী আইনৰ কাৰ্যকাৰিতা আলোচনা কৰা। 

উত্তৰঃ

১২। অসম পঞ্চায়ত আইন, ১৯৯৪ অনুসৰি গাঁও পঞ্চায়তৰ চাৰিটা কাৰ্য লিখা।  [HS(XI) 2016] 

উত্তৰঃ

১৩। ৰাজ্যিক বিত্তীয় আয়োগ কি? [HS (XI) 2017] 

উত্তৰঃ

অতি চমু উত্তৰৰ প্ৰশ্ন (Very Short Answer Questions ) :  

১। ভাৰতীয় সংবিধানে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ এটা গোট হিচাপে দেখুৱাইছে। তলত আলোচনা কৰা উক্তিবোৰৰ পৰিস্থিতিৰ বিষয়ে চিন্তা কৰা আৰু এই পৰিস্থিতিবোৰে গাঁও পঞ্চায়তক স্থানীয় চৰকাৰৰ গোট হিচাপে কেনেকৈ শক্তিশালী বা দুর্বল কৰিব ব্যাখ্যা কৰা।  

(ক) ৰাজ্য চৰকাৰে এটা ডাঙৰ কোম্পানীক এটা বৃহৎ তীখা প্রকল্প স্থাপন কৰিবলৈ অনুমতি দিলে। এই তীখা প্রকল্পটোৰ কাৰণে গাৱঁৰ বহুতো মানুহ ক্ষতিগ্রস্ত হ’ব। ক্ষতিগ্রস্ত গাৱঁৰ এখন গাঁওসভাই এটা প্ৰস্তাৱ লৈছিল যে এই অঞ্চলত কোনো ডাঙৰ শিল্প স্থাপন কৰাৰ আগতে গাঁওবাসীৰ লগত আলোচনা কৰিব লাগিব আৰু তেওঁলোকৰ অভিযোগবিলাক সমাধান কৰা উচিত।  

উত্তৰঃ

(খ) চৰকাৰে সিদ্ধান্ত লৈছিল যে ইয়াৰ সমুদায় খৰচৰ ২০শতাংশ পঞ্চায়তৰ জৰিয়তে খৰচ কৰা হ’ব।  

উত্তৰঃ

(গ) গাঁৱত এখন স্কুল স্থাপনৰ বাবে এখন গাঁও পঞ্চায়তে আর্থিক সাহায্য বিচাৰিছিল, কিন্তু চৰকাৰী বিষয়াই প্ৰস্তাৱটো অগ্রাহ্য কৰি কৈছিল যে এই ধন আন কিছুমান আঁচনিৰ বাবেহে আবণ্টন দিয়া হ’ব আৰু ইয়াক বেলেগে খৰচ কৰিব নোৱাৰিব।

উত্তৰঃ

(ঘ) চৰকাৰে দুংগাৰপুৰ (Dungarpur) গাঁৱক দুটা ভাগত ভাগ কৰি এটা ভাগক যমুনা আৰু আনটো ভাগক চাহা (Saha) গাঁৱৰ চামিল কৰি দিছিল। এতিয়া দুংগাৰপুৰ গাঁৱৰ অস্তিত্ব চৰকাৰী বহীত নাই।  

উত্তৰঃ

(ঙ) এখন গাঁও পঞ্চায়তৰ দৃষ্টিগোচৰ হ’ল যে তেওঁলোকৰ অঞ্চলৰ পানীৰ নিজৰাবিলাক দ্রুতগতিত শুকাই আছে। সেয়ে তেওঁলোকে বা ডেকাসকলক সমবেত কৰি স্বেচ্ছামূলক কামৰ জৰিয়তে গাঁৱৰ পুৰণি পুখুৰী আৰু নাদবিলাক সজীৱ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে। 

উত্তৰঃ

২। তলৰ কথোপকথনটো পঢ়া—এই কথোপকথনত উদয় হোৱা বিচার্য বিষয়সমূহৰ ওপৰত তোমাৰ মতামত ২০০টা শব্দৰ ভিতৰত লিখাঃ  

অজয়ঃ আমাৰ সংবিধানে পুৰুষ আৰু মহিলাৰ মাজত সমতা প্ৰদান কৰিছে। স্থানীয় গোটৰ মহিলাৰ বাবে সংৰক্ষণে ক্ষমতাৰ ক্ষেত্ৰত তেওঁলোকক সমতা প্ৰদান কৰিছে।  

দীপা : মহিলাসকল ক্ষমতাত থকা উচিত। কিন্তু ই যথেষ্ট নহয়। স্থানীয় প্রশাসনৰ বাজেটত মহিলাৰ বাবে তেতিয়া মহিলাৰ বহু আৰু স্বাধ  স্বতঃস্ফূর্তভাবে লোৱা হ’ব।  

উত্তৰঃ

৩। ৭৩-নং সংশোধনীৰ অনুবন্ধসমূহ পঢ়া। তলত উল্লেখ কৰা কি কি বিষয়ত সংশোধনীয়ে উপস্থাপন কৰিছে।  

(ক) স্থান বা গাদী হেৰুওৱাৰ ভয়ত প্রতিনিধিসকল জনসাধাৰণৰ ওচৰত দায়বদ্ধ হৈ থাকে।  

উত্তৰঃ

(খ) উচ্চ জাতি আৰু জমিদাৰসকলে স্থানীয় গোটবোৰৰ ওপৰত আধিপত্য বিস্তাৰ কৰি আছে।  

উত্তৰঃ

(গ) গ্ৰাম্য জাতি বহুত বেছি। নিৰক্ষৰ লোকে গাঁও অঞ্চলৰ উন্নয়নৰ বিষয়ত সিদ্ধান্ত গ্ৰহণ কৰিব নোৱাৰে।  

উত্তৰঃ

(ঘ) গাঁও উন্নয়নৰ কৃতকাৰ্যতাৰ কাৰণে আঁচনি প্ৰস্তুত কৰিবলৈ গাঁও পঞ্চায়তক সম্পদ আৰু ক্ষমতাৰ প্ৰয়োজন। 

উত্তৰঃ

৪। স্থানীয় চৰকাৰৰ সমৰ্থনত তলত বিভিন্ন যুক্তি দিয়া হৈছে। সেইবিলাকক শ্রেণীবদ্ধ কৰা আৰু এটা বিশেষ যুক্তি আনবোৰৰ তুলনাত কিয় তাৎপর্যপূর্ণ। তোমাৰ মতে এই যুক্তি আৰু সিদ্ধান্তবোৰৰ কোনটোৰ ওপৰত ভাগোবাচল গাৱঁৰ গাঁও পঞ্চায়ত প্রতিষ্ঠিত।  

(ক) স্থানীয় জনসাধাৰণৰ লগত সহযোগ কৰি চৰকাৰে প্ৰকল্পবোৰ কম খৰচত সম্পাদন কৰিব পাৰে।  

উত্তৰঃ

(খ) চৰকাৰী বিষয়াই প্রস্তুত কৰা উন্নয়নমূলক পৰিকল্পনাবোৰতকৈ বেছি গ্রহণযোগ্য।  

উত্তৰঃ

(গ) স্থানীয় লোকে তেওঁলোকৰ অঞ্চল আৰু সমস্যাবিলাক সম্পর্কে ভালদৰে জ্ঞানে আৰু সেইমতে অগ্ৰাধিকাৰ দিয়ে। সামূহিক অংশগ্রহণেৰে  তেওঁলোকে আলাপ-আলোচনা কৰি তেওঁলোকৰ জীৱন-ধাৰণৰ বিষয়ে সিদ্ধান্ত লোৱা উচিত।  

উত্তৰঃ

(ঘ) কেন্দ্ৰীয় বা ৰাজ্যিক বিধানমণ্ডলৰ প্ৰতিনিধিসকলক যোগাযোগ কৰাটো জনসাধাৰণৰ বাবে বৰ জটিল কাম।  

উত্তৰঃ

৫। তোমাৰ মতে তলৰ কোনবোৰ বিকেন্দ্রীকৰণৰ লগত জড়িত! আনবোৰ বিকেন্দ্ৰীকৰণৰ বাবে কিয় উপযুক্ত নহয় ? (ক) গাঁও পঞ্চায়তৰ নিৰ্বাচন অনুষ্ঠিত কৰা।  

উত্তৰঃ

(খ) গাঁৱৰ বাবে কি আঁচনি আৰু কাৰ্যসূচী প্রয়োজনীয় সেই বিষয়ে গাঁওবাসীয়ে নিজে সিদ্ধান্ত লোৱা। 

উত্তৰঃ

(গ) গাঁওসভাৰ মিটিং বা সভা আহ্বান কৰা।  

উত্তৰঃ

(ঘ) ৰাজ্য চৰকাৰে আৰম্ভ কৰা এটা প্ৰকল্পৰ কামৰ অগ্ৰগতিৰ খতিয়ান গাঁও পঞ্চায়তে খণ্ড উন্নয়ন বিষয়াৰ পৰা লোৱা।  

উত্তৰঃ

৬। দিল্লী বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰ ৰাঘবেন্দ্ৰ পাৰপানাই প্রাথমিক শিক্ষাৰ বিষয়ে সিদ্ধান্ত গ্ৰহণত বিকেন্দ্ৰীকৰণৰ বিষয়ে অধ্যয়ন কৰিব বিচাৰিছিল। তেওঁ গাঁওবাসীক কিছুমান প্রশ্ন সুধিছিল। এই প্রশ্নবোৰ তলত দিয়া হ’ল। যদি তুমি এই গাঁওবাসীৰ মাজৰে এজন তেন্তে তুমি তেতিয়া এই প্ৰতিটো প্ৰশ্নৰ উত্তৰ কি দিলাহেঁতেন? 

গাঁওসভাৰ এখন মিটিং আহ্বান কৰি গাৱঁৰ প্ৰতিটো ল’ৰা-ছোৱালী স্কুললৈ যোৱাৰ ক্ষেত্ৰত কি ব্যৱস্থা গ্ৰহণ কৰিলা হয়? 

(i) মিটিঙৰ বাবে কোনটো দিন সুবিধাজনক হ’ব পাৰে তুমি কেনেদৰে ভাবিবা? তোমাৰ পচন্দ মতে কোন এই মিটিঙত উপস্থিত থাকিবলৈ  সমৰ্থ হ’ব/নহ’ব সেই বিষয়ে ভাবা। 

(ক) খণ্ড উন্নয়ন বিষয়া বা সমহর্তাই নিৰ্দিষ্ট কৰা দিন 

(খ) ৰবিবাৰ

(গ) গাঁৱৰ বজাৰ হোৱা দিনটো

(ঘ) নাগ পঞ্চমী/দোমাহী

উত্তৰঃ

(ii) সভা বা মিটিং অনুষ্ঠিত হোৱাৰ স্থান কি? কিয়? 

(ক) জিলা উপায়ুক্তই নিৰ্দিষ্ট কৰা স্থান  (খ) গাঁৱৰ ধৰ্মীয় স্থান 

(গ) দলিত মহল                         (ঘ) উচ্চ জাতিৰ ঘৰত (Tola)

(ঙ) গাঁৱৰ বিদ্যালয়ত

উত্তৰঃ

(iii) গাঁওসভাৰ মিটিঙত প্রথমে জিলা উপায়ুক্তই পঠোৱা জাননী এখন পঢ়া হৈছিল। ইয়াত এটা শিক্ষামূলক সমদল আহ্বান কৰিবলৈ কি উপযুক্ত প্রচেষ্টা লোৱা উচিত আৰু ইয়াৰ বাবে কি পথ লোৱা উচিত তাৰে পৰামৰ্শ দিয়া হৈছিল। কিন্তু মিটিং বা সভাত কোনোদিনে স্কুললৈ নহা শিশুসকলৰ বিষয়ে বা ছোৱালী শিক্ষাৰ বিষয়ে বা বিদ্যালয় ভৱনৰ বিষয়ে আৰু বিদ্যালয় বহাৰ সময়ৰ বিষয়ে আলোচনা কৰা হোৱা নাছিল। মিটিংখন ৰবিবাৰে অনুষ্ঠিত হোৱা বাবে কোনো মহিলা শিক্ষয়িত্রী উপস্থিত থকা নাছিল।

উত্তৰঃ

জনসাধাৰণৰ অংশগ্ৰহণৰ উদাহৰণ হিচাপে এই কাৰ্য বিষৰণীৰ পৰা কি বুজিলা ?

উত্তৰঃ

 (iv) তোমাৰ শ্ৰেণীটো গাঁওসভা বুলি ভাবি লোৱা। সভাৰ কাৰ্যসূচী আলোচনা কৰা আৰু লক্ষ্যত উপনীত হ’বলৈ কিছুমান পদক্ষেপৰ  পৰামৰ্শ আগবঢ়োৱা 

৭। গণতন্ত্ৰত স্থানীয় চৰকাৰৰ ভূমিকা কি?  

উত্তৰঃ

৮। পঞ্চায়তীৰাজত কি কি তিনিপ্ৰকাৰৰ পঞ্চায়ত আছে ? 

উত্তৰঃ

৯। তৃনমূল পৰ্যায়ত ভাৰতীয় গণতন্ত্ৰক শক্তিশালী কৰাত পঞ্চায়তীৰাজ ব্যৱস্থাই কেনেদৰে সহায় কৰিছে?  

উত্ত

১০। গাঁওসভা মানে কি বুজা ? 

উত্তৰঃ

১১। ৰাজ্যিক নির্বাচন আযুক্ত।

উত্তৰঃ  

১২। গাঁওসভাৰ দুটা কাৰ্য উল্লেখ কৰা। 

উত্তৰঃ

 ১৩।   ৭৩তম সংশোধনীৰ দুটা ব্যৱস্থা উল্লেখ কৰা।

উত্তৰঃ

১৪। ৭৪তম সংশোধনীৰ দুটা ব্যৱস্থাৰ নাম লিখা।  

উত্তৰঃ

১৫। পঞ্চায়তীৰাজ ব্যৱস্থাৰ দুটা সমস্যা কি কি?  

উত্তৰঃ

বস্তুনিষ্ঠ প্ৰশ্নাৱলী(Objective type questions)  

১) গুৱাহাটী পৌৰ নিগম কোন চনত কৰা হৈছিল। 

উত্তৰঃ

২। স্থানীয় চৰকাৰৰ এটা বৈশিষ্ট্য লিখা।  

উত্তৰঃ

৩। ৭৩-নং সংশোধনী আইনখন কোন চনত গৃহীত কৰা হৈছিল। 

উত্তৰঃ

৪। আধুনিক ভাৰতত স্থানীয় চৰকাৰৰ জনক বুলি কাক কোৱা হয়।  

উত্তৰঃ

(৫) ভাৰতৰ কোনখন ৰাজ্যই প্রথমে পঞ্চায়তৰাজ ব্যৱস্থা প্রৱর্তন কৰিছিল।  

উত্তৰঃ

৬। কোন চনত সমূহীয়া উন্নয়ন আচনিআৰম্ভ কৰা হৈছিল?

উত্তৰঃ

৭। ৭৩ তম সংশোধনী আইনে মহিলাৰ কাৰণে কিমান শতাংশ আসন সংৰক্ষণ কৰিছে।  

উত্তৰঃ

৮। পঞ্চায়তৰ কাৰ্যকাল কেই বছৰব?  

উত্তৰঃ

৯। অসমত কেইখলপীয়া পঞ্চায়ত ব্যৱস্থা আছে।  

উত্তৰঃ

১০। জিলা পৰিষদৰ এটা কাৰ্য উল্লেখ কৰা।  

উত্তৰঃ

১১। আঞ্চলিক পঞ্চায়তত কেই প্ৰকাৰৰ সদস্য থাকে ?

উত্তৰঃ

শুদ্ধ উত্তৰ বাচি উলিওৱা (Choose the correct answer):

১। পঞ্চায়ত ব্যৱস্থা প্রতিষ্ঠা কৰা হৈছে –

(a) গাঁও      (b) নগৰ    (c) পাহাৰ অঞ্চলত   (d) সৰু চহৰত

উত্তৰঃ

(২) ৭৩তম সংশোধনী  মতে সকলো ৰাজ্যতে পঞ্চায়তৰ   কাৰ্যকাল যাৰ্য কৰা

(ক) ৬ বছৰ  (খ) ৩ বছৰ      (৩) ৫ বছৰ   (৪)৮ বছৰ 

উত্তৰঃ

৩। পঞ্চায়তৰ অংশ আসন সংৰক্ষণ কৰা হৈছে –

 (a) পিছপৰা শ্ৰেণীৰ বাবে             (b) জনজাতিৰ কাৰণে

(c) জনজাতিৰ মহিলাৰ কাৰণে   (d) মহিলাৰ কাৰণে

উত্তৰঃ

৪। তলত উল্লেখ কৰা কোনটো গাঁও অঞ্চলৰ স্থানীয় চৰকাৰ নহয়-

 (a) পঞ্চায়ত  (b) জিলা পৰিষদ   (৪) পৌৰনিগম  (d) গাঁওসভা

উত্তৰঃ

৫। বৃটিছৰ ৰাজত্বকালত ভাৰতৰ কোন ঠাইত প্রথমে পৌৰসভা প্রতিষ্ঠা কৰা হৈছিল?

(a) মুম্বাই (বোম্বাই)ত                                 (b) চেন্নাই (মাদ্রাজ)

(c) কলকাতাত                                            (d) নতুন দিল্লীত 

উত্তৰঃ