পৃথিৱী ইয়াৰ উৎপত্তি আৰু বিকাশ | অধ্যায় ২ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Important Notes and Suggestion Assamese Medium | HS 1st Year Geography Chapter 2 Shorts Question and Answer Solution Assamese Medium |

পৃথিৱী, ইয়াৰ উৎপত্তি আৰু বিকাশ – 

অনুশীৱন –

১। বিবিধ পচন্দৰ প্ৰশ্নাৱালী 

(i) তলত দিয়াবোৰৰ কোনটো পৃথিৱীৰ সঠিক বয়স ? 

(ক) ৪.৬ নিযুত বছৰ  (গ) ৪.৬ বিলিয়ন বছৰ 

(খ) ১৩.৭ বিলিয়ন বছৰ  (ঘ) ১৩.৭ ট্ৰাইলি

উত্তৰঃ

(ii) তলত দিয়াকেইটাৰ কোনটো আটাইতকৈ য়ন বছৰ দীঘল সময়ৰ ? 

(ক) ইয়নচ (Eons)  (গ) ইৰা (Era) 

(খ) পেৰিয়দ (period)  (ঘ) এপোক (Epoch) 

উত্তৰঃ 

(iii) তলত দিয়াবোৰৰ কোনটো বৰ্তমানৰ বায়ুমণ্ডল গঠন বা সলনি হোৱাৰ লগত জড়িত নহয় ? 

(ক) সৌৰ বতাহ  (গ) গেছহীন কৰা (Degassing) 

(খ) পাৰ্থক্য বা পৃথকিকৰণ  (ঘ) আলোক-সংশ্লেষণ

উত্তৰঃ 

(iv) তলত দিয়াবোৰৰ কোনটো ভিতৰুৱা (inner) গ্ৰহ ? 

(ক) সূৰ্য আৰু পৃথিৱীৰ মাজত থকা গ্ৰহবোৰ 

(খ) সূৰ্য আৰু গ্ৰহাণুপুঞ্জৰ মাজত থকা গ্ৰহবোৰ 

(গ) গেছীয় অৱস্থাত থকা গ্ৰহবোৰ 

(ঘ) উপগ্ৰহ নথকা গ্ৰহবোৰ 

উত্তৰঃ

(v) আজিৰ পৰা কিমান বছৰ আগেয়ে পৃথিৱীত জীৱনৰ আৱিৰ্ভাৱ হৈাছিল ? 

(ক) ১৩.৭ বিলিয়ন  (গ) ৪.৬ বিলিয়ন 

(খ) ৩.৮ নিযুত  (ঘ) ৩.৮ বিলিয়ন 

উত্তৰঃ 

২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) পাৰ্থিৱ গ্ৰহবোৰ শিলাময় কিয় ? 

উত্তৰঃ   

(ii) পৃথিৱী উৎপত্তি সম্পৰ্কে তলত দিয়া মতবাদ দুটা মাজত পাৰ্থক্য কি ? 

(ক) কেন্ট আৰু লেপলাচ (Kant and Laplace) 

উত্তৰঃ

(খ) চেম্বাৰলেইন আৰু ম’লটন (Chamberlain and Moulton)

উত্তৰঃ

(iii) পৃথকীকৰণ পদ্ধতি (process of differentiation) মানে কি বুজা ? 

উত্তৰঃ 

(iv) আৰম্ভণিতে পৃথিৱীৰ উপৰিভাগৰ প্ৰকৃতি কেনেকুৱা আছিল ? 

উত্তৰঃ 

(v) পৃথিৱীৰ প্ৰাৰম্ভিক বায়ুমণ্ডলত কি কি গেছ আছিল ? 

উত্তৰঃ 

৩। ১৫০টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) ‘বিগ বেং মতবাদ’টো বহলাই লিখা । 

(ii) পৃথিৱীৰ ক্ৰমবিকাশত কি কি পৰ্যায় আছিল ? চমুকৈ প্ৰত্যেকটোৰে বৰ্ণনা দিয়া ।

উত্তৰঃ