বিষয় হিচাপে ভূগোল বিজ্ঞান | অধ্যায় ১ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Solution | HS 1st Year Geography Important Notes and Suggestion | HS 1st Year Geography Chapter 1 Important Shorts Question and Answer Solution |

বিষয় হিচাপে ভূগোল বিজ্ঞান

১। বিবিধ পচন্দৰ প্ৰশ্নাৱলী 

(i) ‘ভূগোল বিজ্ঞান’ শব্দটো তলত উল্লেখ  কৰা পণ্ডিতকেইজনৰ ভিতৰত কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল ? 

(ক) হিৰোডোটাছ   (গ) গেলিলিঅ’

(খ) ইৰাটোছথেনিছ  (ঘ) এৰিষ্ট’টল 

উত্তৰঃ 

(ii) তলত উল্লেখ কৰা অৱয়বোৰৰ ভিতৰত কোনটো ‘প্ৰাকৃতিক অৱয়ব’ । 

(ক) বন্দৰ  (গ) সমতল 

(খ) ৰাস্তা বা পথ  (ঘ) পানী পাৰ্ক বা নাও-জাহাজ ৰখা ঠাই

উত্তৰঃ 

(iii) দুয়োটা শাৰীৰ পৰা শুদ্ধযোৰ মিলোৱা আৰু তলৰ কেইটাৰ কোনটো শুদ্ধ চিন দিয়া ।

    প্ৰথম শাৰী      দ্বিতীয় শাৰী
 ১। বতৰ বিজ্ঞান

২। জনভূগোল

৩। সমাজ বিজ্ঞান
৪। মাটিবিজ্ঞান
 (ক) জনসংখ্যা ভূগোল

(খ) মৃত্তিকা ভূগোল

(গ) জলবায়ু বিজ্ঞান 
(ঘ) সামাজিক ভূগোল

(ক) ১খ; ২গ; ৩ক; ৪ঘ  (গ) ১ঘ; ২খ; ৩গ; ৪ক

(খ) ১ক; ২ঘ; ৩খ; ৪গ  (ঘ) ১গ, ২ক; ৩ঘ; ৪খ

উত্তৰঃ

(iv) তলৰ  প্ৰশ্নবোৰৰ কোনটো কাৰণ আৰু ফলাফলৰ লগত সম্পৰ্কীয় ?

(ক) কিয়  (গ) কি 

(খ) ক’ত  (ঘ) কেতিয়া 

উত্তৰঃ

(v) তলৰ বিষয়বোৰৰ কোনটোৱে সময় লগলগাবলৈ চেষ্টা কৰে?

(ক) সমাজ বিজ্ঞান  (গ) নৃতত্ব বিজ্ঞান ( Anthropology ) 

(খ) ভূগোল বিজ্ঞান  (ঘ) বুৰঞ্জী বিষয়

উত্তৰঃ 

২। ৩০ টা শব্দত তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া । 

(i) তোমাৰ পঢ়াশালিলৈ যাওঁতে কি কি সাংস্কৃতিক অৱয়ব লক্ষ্য কৰিছা ? সেইবোৰ একেধৰণৰ নে বেলেগ বেলেগ ধৰণৰ ? এইবোৰক ভূগোল বিজ্ঞানৰ অন্তৰ্ভুক্ত কৰিব পাৰিনে নোৱাৰি ? যদি পাৰি কিয় ? 

উত্তৰঃ 

(ii) তোমালোকে এটা টেনিছ বল, ক্ৰিকেট বল, কমলা টেঙা আৰু কোমোৰা দেখিছা । এইবোৰৰ ভিতৰত কোনটো পৃথিৱীৰ আকৃতিৰ লগত মিলে ? পৃথিৱীৰ আকৃতি বুজাবলৈ এই নিৰ্দিষ্ট বস্তুটো তুমি কিয় বাচনি কৰিছা ।

উত্তৰঃ

(iii) তুমি তোমাৰ স্কুলত ‘বন মহোৎসৱ’ পালন কৰিছিলানে ? আমি কিয় গছ পুলি ৰুব লাগে গছ-গছনিবোৰে কেনেকৈ পৰিস্থিতিক ভাৰসাম্য ৰক্ষা কৰে ? 

উত্তৰঃ 

(iv) তোমালোকে হাতী, পহু, কেঁচু, গছ আৰু ঘাঁহ দেখিছা । ইহঁত ক’ত থাকে বা ডাঙৰ-দীঘল হয় । ইহঁত থকা মণ্ডলটোৰ নাম কি ?  এই মণ্ডলৰ কেইটামান প্ৰধান বৈশিষ্ট্য (features) বৰ্ণনা কৰিব পাৰিবানে ?

উত্তৰঃ 

(v) তোমাৰ ঘৰৰ পৰা স্কুল পাওঁতে কিমান সময় লাগে ? তোমাৰ স্কুলখন, তোমাৰ ঘৰৰ পৰা ৰাস্তাৰ সিটো পাৰত অৱস্থিত নেকি ? তোমাৰ ঘৰ আৰু স্কুলৰ মাজত অহা-যোৱা কৰোতে সময় আৰু দূৰত্বৰ সম্পৰ্ক কি ? তুমি সময়ক ঠাইলৈ আৰু ঠাইক সময়লৈ ৰূপান্তৰ কৰিব পাৰানে ? 

উত্তৰঃ 

৩। ১৫০ টা শব্দ তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া ।

(i) তুমি তোমাৰ চাৰিওফালে প্ৰক্যেকদিনে লক্ষ্য কৰিছা যে প্ৰাকৃতিক আৰু সাংস্কৃতিক ঘটনাবোৰৰ সদায় বেলেগ । পৃথিৱীত ভিন ভিন উপাদানৰ অৱস্থিতি দেখা যায় । তুমি এতিয়া যুক্তিসহকাৰে ক’ব পাৰিবানে যে ভূগোল বিজ্ঞানে ‘ঠাইৰ পাৰ্থক্য (areal differentiation)’ অধ্যয়ন কৰে ।

উত্তৰঃ

(ii) তোমালোকে ইতিমধ্যে ভূগোল বিজ্ঞান, বুৰঞ্জী, ৰাজলীতি আৰু অৰ্থনীতি বিজ্ঞান, সমাজ অধ্যয়নৰ অংশ হিচাপে পঢ়ি আহিছা । এই বিষয়বোৰক সংহত কৰিবলৈ চেষ্টা কৰা, সিহঁতৰ অন্তৰ্মুখৰ উল্লেখ (high lighting their inerface )

উত্তৰঃ