বায়ুমণ্ডলত পানীৰ স্থিতি | অধ্যায় ১১ | Class 11 Geography Question and Answer Assam | HS 1st Year Geography Chapter 11 Important Question and Answer Assamese Medium Solution | HS 1st Year Geography Chapter 11 Shorts Important Question and Answer Notes and Suggestion |

  বায়ুমণ্ডলত পানীৰ স্থিতি

-অনুশীলন-

১. বিবিধ পচন্দৰ প্ৰশ্ন (Multiple choice questions)

(ক) তলৰ কোনটো বায়ুমণ্ডলৰ উপাদান মানুহৰ বাবে আটাইতকৈ প্ৰয়োজনীয় ? 

(১) জলীয় বাষ্প  (২) নাইট্ৰোজেন 

(৩) বাষ্পীভৱন   (৪) অধঃক্ষেপ 

উত্তৰঃ

(খ) তলত উল্লেখ কৰা কোনটো প্ৰক্ৰিয়াৰ  দ্বাৰা জলীয়া বস্তু বাষ্পলৈ ৰূপান্তৰিত হয় ? 

(১) ঘনীভৱন  (২) স্বাস-প্ৰশ্বাস 

(৩) বাষ্পীভৱন  (৪) অধঃক্ষেপ

উত্তৰঃ

(গ) বায়ুৱে যেতিয়া ইয়াৰ পূৰ্ণ ধাৰণ ক্ষমতাৰ জোখেৰে জলকণা ধৰি ৰাখে তেতিয়া তাক কোৱা হয় –

(১) আপেক্ষিক আৰ্দ্ৰতা  (২) নিৰ্দিষ্ট আৰ্দ্ৰতা  

(৩) পূৰ্ণ আৰ্দ্ৰতা  (৪) পৰিগৰ্ভিত বায়ু 

উত্তৰঃ 

(ঘ) তলৰ কোনটো মেঘ আকাশৰ আটাইতকৈ বেছি উচ্চতাত থাকে ? 

(১) অলকমেঘ  (২) স্তৰমেঘ 

(৩) ঝঞ্জামেঘ  (৪) পুঞ্জমেঘ 

উত্তৰঃ

২. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ৩০ টা শব্দৰ ভিতৰত লিখা । 

(ক) তিনি প্ৰকাৰৰ অধঃক্ষেপৰ নাম লিখা 

উত্তৰঃ 

(খ) আপেক্ষিক আৰ্দ্ৰতা কি বাখ্যা কৰা ।

উত্তৰঃ 

(গ) উচ্চতাৰ লগে লগে বায়ুৰ জলীয় বাষ্প কিয় হ্ৰাস পায় ?

উত্তৰঃ

(ঘ) মেঘ কেনেকৈ সৃষ্টি হয় ? শ্ৰেণীবিভাজন কৰা ।

উত্তৰঃ   

৩. তলৰ প্ৰশ্নসমূহৰ উত্তৰ প্ৰায় ১৫০ টা শব্দ ভিতৰত লিখা ।

(ক) পৃথিৱীত অধঃক্ষেপ বিতৰণৰ মূল বৈশিষ্ট্যসমূহ আলোচনা কৰা ।

উত্তৰঃ

(খ) ঘনীভৱনৰ বিভিন্ন প্ৰক্ৰিয়াবোৰ কি কি ?  নিয়ৰ আৰু হিম সৃষ্টি হোৱা প্ৰক্ৰিয়াটো বাখ্যা কৰা ।

উত্তৰঃ