জৱাহৰলাল নেহেৰুৰ পিতৃ মাতৃৰ নাম কি আছিল?

উত্তৰঃ জৱাহৰলাল নেহেৰুৰ পিতৃ মতিলাল নেহেৰু আৰু মাতৃ স্বৰূপৰাণী নেহেৰু।