পণ্ডিত জৱাহৰলাল নেহেৰুৰ কিমান চনত জন্ম হৈছিল?

উত্তৰঃ পণ্ডিত জৱাহৰলাল নেহেৰুৰ ১৮৮৯ চনত ১৪ নৱেম্বৰত এলাহবাদত জন্ম হৈছিল।