ভূৰিশ্ৰৱা কোনবিধ অস্ত্ৰ যুদ্ধত পাকৈত আৰু প্ৰসিদ্ধ আছিল?

উত্তৰঃ ভূৰিশ্ৰৱা তৰোৱাল যুদ্ধত পাকৈত আৰু প্ৰসিদ্ধ আছিল।