স্বৰ্গলৈ গৈ যুধিষ্ঠিৰে কিমান সময়ৰ কাৰণে নৰক দৰ্শন কৰিব লগা হৈছিল?

উত্তৰঃ স্বৰ্গলৈ গৈ যুধিষ্ঠিৰে দিবাভাগৰ ত্ৰয়োদশ ভাগৰ এভাগ কাল নৰক দৰ্শন কৰিহ লগা হৈছিল।