অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা | Chapter 2 | Class 7 Assamese Chapter 2 Question And Answer Jatiya Bidyalay | Class 7 Assamese Chapter 2 Solution AJB |

পাঠ 2

অসমীয়া সংস্কৃতিৰ ভৌগোলিক সীমা

১। মহাভাৰত মহাকাব্যত থকা মতে প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা উল্লেখ কৰা ।

উত্তৰঃ সীমা উত্তৰে- হিমালয়া ৰ্পূবতৰ নামনিলৈকে,আৰু দক্ষিণ -পশ্চিম বংগোপসাগৰলৈকে।

২। পেৰিপ্লাছ নামৰ গ্ৰীক গ্রন্থখনৰ বর্ণনা মতে প্রাগজ্যোতিষপুৰ ৰাজ্যৰ সীমা কি আছিল ?

উত্তৰঃ দক্ষিণ-পশ্চিম সীমাত বংগোপসাগৰ আৰু উত্তৰে নেপাল আৰু ভূটানৰ অংশবিশেষো।

৩। চীন দেশৰ পর্যটক হিউৱেন চাঙৰ বিৱৰণ অনুসৰি প্রাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা ।

উত্তৰঃ দক্ষিণ-পূৱ দিশৰ সীমা চীনদেশ আৰু ব্ৰহ্মদেশৰ (বৰ্তমানৰ মিয়ানমাৰ) পাৰ্বত্য অন্বলৰ পৰ্যন্ত বিস্তত হৈছিল।

৪। প্রাচীন কামৰূপ ৰাজ্যৰ সীমা উল্লেখ থকা এখন তাম্রলিপি আৰু এখন শিলালিপিৰ নাম লিখা ।

উত্তৰঃ তাম্ৰলিপি নিধানপুৰ আৰু শিলালিপি দ্বিতীয় জয়দেৱ।

৫। কালিকা পুৰাণ নামৰ গ্রন্থমতে প্রাচীন কামৰূপ ৰাজ্যৰ সীমা কি আছিল লিখা ।

উত্তৰঃ পূৱ দিশে দিক্কৰ অৰ্থাত দিক্ৰং নদী আৰু পশ্চিমে কৰতোৱা নদী পৰ্যন্ত প্ৰাচীন অসমৰ সীমা বিস্তত হৈছিল।

৬। প্রাচীন অসমৰ সীমা উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখ ।

উত্তৰঃ কালিকা পুৰাণ, যোগিণীতন্ত আৰু হৰগৌৰী সংবাদ।

৭। দেশ এখনৰ ৰাজনৈতিক সীমা আৰু সাংস্কৃতিক সীমাৰ মাজত পার্থক্য কি লিখা ।

উত্তৰঃ

Type- Apurba kakati And Arup koch |