সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি | Chapter 1 | Class 7 History Chapter 1 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 1 Solution AJB |

অধ্যায়ঃ ১

সমন্বয় আৰু সংমিশ্ৰণৰ মাজেৰে অসমৰ সংস্কৃতি

১।প্রাচীন যুগৰ সাংস্কৃতিক ইতিহাস অধ্যয়ন কৰাৰ বাবে নিৰ্ভৰযােগ্য সমলসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ?

উত্তৰঃ

(১) ভৌগোলিক উপাদান।

(২) সা-সঁজুলি  আৰু কাৰিকৰী উপাদান।

(৩) নৃগোষ্ঠীয়  উপাদান।

(৪) মৌখিক আৰু লিখিত সাহিত্য।.

(৫) ধমীয়  উপাদান।

(৬) লোক-সাংস্কৃতিক উপাদান.

(৭) ভাষা-ভাষিক উপাদান.

(৮) তাম্ৰলিপি  আৰু শিলালিৰ বিৱৰণ আদি।

২। নৃতাত্ত্বিক অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ?

উত্তৰঃ

৩। ভাষাৰ অধ্যয়নৰ ফালৰপৰা ভাৰতীয় জনসমষ্টিক কি কি ভাগত ভাগ কৰা হয় ?

উত্তৰঃ

৪। অসমৰ অধিবাসীসকলৰ সংস্কৃতি কেইটা আৰু কি কি জাতিৰ মানুহৰ সংস্কৃতিৰ সংমিশ্ৰণত গঢ় লৈ উঠিছে ?

উত্তৰঃ

৫। নেগ্রিটো জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৬। অষ্ট্রিক জনগােষ্ঠীৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৭। সংগীতৰ ক্ষেত্ৰত সংস্কৃতিৰ সংমিশ্রণ আৰু সমন্বয় কিদৰে ঘটিছে লিখা ।

উত্তৰঃ

৮। ধর্মীয় দিশত সমন্বয়ৰ সংস্কৃতি কিদৰে সৃষ্টি হৈছে লিখা ।

উত্তৰঃ

৯। স্থাপত্য – ভাস্কৰ্যৰ ক্ষেত্ৰত কিদৰে সাংস্কৃতিক সমন্বয় সৃষ্টি হৈছে লিখা ।

উত্তৰঃ

১০। সাজ – পাৰৰ ক্ষেত্ৰত সংস্কৃতিৰ মিলন কিদৰে হৈছে লিখা ।

উত্তৰঃ