অসমৰ উতসৱ-অনুষ্ঠান | Chapter – 10 | Class 7 History Chapter 10 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 10 Solution AJB |

অধ্যায়ঃ ১০

অসমৰ উতসৱ-অনুষ্ঠান

১। অসমৰ উৎসৱ অনুষ্ঠানসমূহক কি কি প্রধান ভাগত ভাগ কৰা হয় ?

উত্তৰঃ অসমৰ উতসৱ অনুষ্ঠানসমুহক ধৰ্মীয় উতসৱ, কৃষিভিত্তিক উৎসৱ, আৰু সামাজিক উৎসৱ।

২। বহাগ , কাতি আৰু মাঘ বিহুত কৃষক সমাজে কোন কোন দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায় ?

উত্তৰঃ বহাগ, কাতি, আৰু মাঘ বিহুত কৃষক সমাজে সূৰ্য, অগ্নি, পৃথিৱী, আকাশ আদি দেৱতাৰ সন্তুষ্টিৰ বাবে পূজা আগবঢ়ায়।

৩। ভঠেলি উৎসৱক আন কি কি নামেৰে জনা যায় ?

উত্তৰঃভঠেলি উতসৱক আন সৰি বা সুঁৱেৰি, দেউল, বিষুৱা আদি নামেৰে জনা যায়।

৪। বড়াে-কছাৰীসকলৰ মাঘ বিহুৰ বিষয়ে চমুকৈ লিখা ।

উত্তৰঃ

৫। বড়ােসকলৰ বৌইছাগু উৎসৱৰ বিষয়ে লিখা ।

উত্তৰঃ

৬। মিচিংসকলৰ আলি – আই – লৃগাং উৎসৱৰ বিষয়ে এটা বিৱৰণ লিখা ।

উত্তৰঃ

৭। অসমৰ চাহ জনগােষ্ঠীৰ উৎসৱৰ বিষয়ে এটা টোকা লিখ ।

উত্তৰঃ

৮। অসমৰ সামাজিক উৎসৱসমূহৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ

       

৯। অসমৰ বিভিন্ন কৃষিভিত্তিক উৎসৱৰ বিষয়ে এটা আলােচনা আগবঢ়োৱা ।

উত্তৰঃ