অসমৰ বেহা-বেপাৰ | Chapter – 9 | Class 7 History Chapter 9 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 9 Solution AJB |

অধ্যায়ঃ ৯

অসমৰ বেহা-বেপাৰ

১। চমু উত্তৰ লিখা ।

ক ) কোনজন আহােম ৰজাই পােনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল ?

উত্তৰঃ আহোম ৰজা প্ৰতাপ সিংহই পোনপ্ৰথমে আনুষ্ঠানিকভাৱে হাট বা বজাৰ বহুৱাইছিল।

খ ) অসমত চাহ কোনে প্রথমে আৱিষ্কাৰ কৰিছিল ?

উত্তৰঃ অসমত চাহ ইংৰাজে প্ৰথমে আৱিষ্কাৰ কৰিছিল।

গ ) মধ্যযুগত অসমৰ প্ৰধানকৈ কোনখন নদীৰ বালিত সােণ পােৱা গৈছিল ?

উত্তৰঃ মধ্য়যুগত অসমৰ প্ৰধানকৈ সোৱণশিৰি নদীৰ বালিত সোণ পোৱা গৈছিল।

২। উত্তৰ লিখা ।

ক ) ফুলগুৰি হাট কিয় বিখ্যাত লিখা ।

উত্তৰঃ

খ ) অসমৰপৰা ৰপ্তানি হােৱা যিকোনাে চাৰিবিধ সামগ্ৰীৰ নাম লিখা ।

উত্তৰঃ

গ ) অসমলৈ আমদানি হােৱা যিকোনাে চাৰিবিধ বস্তুৰ নাম লিখ ।

উত্তৰঃ

৩। অসমৰ বেহা – বেপাৰৰ ওপৰত এটি টোকা প্রস্তুত কৰাঁ ।

উত্তৰঃ