অসমৰ লোকবিশ্বাস | Class 7 History Chapter 14 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 14 Solution AJB |

অধ্যায়ঃ ১৪
অসমৰ লোকবিশ্বাস

১। লােকবিশ্বাস কাক বােলে ?
উত্তৰঃ বিশ্বাস আৰু নীতি নিয়ম , একোখন সমাজৰ একোটা জাতিৰ ধ্যান ধাৰণা মানসিকতা, ৰুচি অভিৰুচি আৰু জীৱন নিৰ্বাহ প্ৰণালী আদিৰ কথাৰ ওপৰত ভিত্তি কৰি গঢ় লৈ উঠে আৰু তাকে লোক-বিশ্বাস বোলে।

২। লােকবিশ্বাস অনুসৰি কি কি বস্তুক ভগৱানৰ প্রতীক হিচাপে পূজা কৰা হয় ?
উত্তৰঃ গছ, শিল, অগ্নি।

৩। হিন্দু ধর্মাৱলম্বীসকলে শ্মশানত মৃতদেহ দাহ কৰি অহাৰ পিছত কেনে ধৰণৰ লােকবিশ্বাস পালন কৰে ?
উত্তৰঃ হিন্দু ধৰ্মাৱলম্বী সকলে মৃতদেহ শ্মশানত দাহ কৰি অহাৰ পিছত ঘৰৰ বাহিৰতে গা ধুই চোতালৰ মূৰত জুই একুৰা ধৰি ভৰি সেকি পিছত শিল এছটাত ভৰি ৰাখে। এনেদৰে মৃতদেহৰ সৈতে চোৱা-চিতাৰ সময়ত হোৱা চোৱা নাইবা অশৌচ দূৰ হয় বুলি বিশ্বাস কৰা হয়।

৪। চৰাইৰ কণীৰ সৈতে জড়িত লােকবিশ্বাস কি লিখা ।
উত্তৰঃ

৫। সাপৰ সৈতে কেনে ধৰণৰ লােকবিশ্বাস জড়িত হৈ আছে লিখা ।
উত্তৰঃ

৬। লাে ধাতুৰ সৈতে কেনে ধৰণৰ লােকবিশ্বাস আছে লিখা ।
উত্তৰঃ

৭। মাছ মৰাৰ সৈতে জড়িত লােকবিশ্বাসৰ বিষয়ে লিখা ।
উত্তৰঃ