আহোম ৰাজ্যৰ শাসন ব্যৱস্থা | Chapter 4 | Class 7 History Question And Answer | Class 7 History Chapter 4 Solution AJB |

অধ্যায়ঃ ৪

আহোম ৰাজ্যৰ শাসন ব্যৱস্থা

১। কোন চনত আহােম শাসনৰ অন্ত পৰিছিল ?

উত্তৰঃ ১৮২৬ চনত আহোম শাসনৰ অন্ত পৰিছিল।

২।কোনজন আহােম ৰজাৰ ৰাজত্ব কালত শিঙৰি ঘৰত উঠি ৰজা হােৱাৰ পৰম্পৰা আৰম্ভ হৈছিল ?

উত্তৰঃ স্বৰ্গদেউ চুডাংফা বা বামুণী কোৱঁৰৰ দিনত শিঙৰি ঘৰত উঠি ৰজা হোৱাৰ পৰম্পৰা আৰম্ভ হৈছিল।

৩। চুকাফা শব্দৰ অৰ্থ লিখা ।

উত্তৰঃ চুকাফা শব্দৰ অৰ্থ হল-স্বৰ্গৰ পৰা অহা বাঘ।

৪। চুহুংমুং শব্দৰ অর্থ কি লিখা ।

উত্তৰঃ চুহুংমুং শব্দৰ অৰ্থ হল-বিখ্য়াত দেশৰ বাঘ।

৫। আহােম ৰজাই নিজৰ নামৰ শেষত ‘ সিংহ ’ উপাধি কিয় গ্রহণ কৰিছিল ?

উত্তৰঃ

৬। আহােম শাসন ব্যৱস্থাত কাক পাত্র – মন্ত্রী বােলা হৈছিল ?

উত্তৰঃ আহোম স্বৰ্গদেউসকলৰ উচ্চ পযাৰ্য়ৰ মন্ত্ৰদাতাসকলক সামুহিকভাৱে পাত্ৰ-মন্ত্ৰী বোলা হয়।

৭। আহােম শাসন ব্যৱস্থাত থকা প্রধান পাত্র – মন্ত্রী তিনিজনক কি বুলি জনা গৈছিল ?

উত্তৰঃ বুঢ়াঁগোহাই, বৰফুকন , বৰপাত্ৰ গোঁহাই।

৮। বৰবৰুৱাৰ প্রধান দায়িত্ব কি আছিল ?

উত্তৰঃ

৯। বৰফুকনৰ প্রধান কার্য আৰু তেওঁ শাসনকার্য প্রধানকৈ কোন ঠাইৰপৰা পৰিচালনা কৰিছিল ?

উওৰ :-

১১। চর্মটোকা লিখা । ( প্রতিটোৰে মূল্যাংক ৫ )

ক) পাইক প্রথা

উত্তৰঃ

খ) খেল প্রথা ।

উত্তৰঃ

গ) পঁচা প্রথা ।

উত্তৰঃ

ঘ) বন্দী – বেটীৰ ব্যৱস্থা ।

উত্তৰঃ

Type-Arup koch And Apubra kakati