অসমৰ ৰণ-কৌশল, অস্ত্ৰশস্ত্ৰ ইত্য়াদি | Chapter 5 | Class 7 History Chapter 5 Question And Answer Jatiya Bidyalay | Class 7 History Chapter 5 Solution AJB |

অধ্যায়ঃ ৫

অসমৰ ৰণ-কৌশল, অস্ত্ৰশস্ত্ৰ ইত্য়াদি

১। চমু উত্তৰ লিখাঁ ।

ক ) আহােম ৰজাই লােৱা তৰােৱালখনৰ নাম কি আছিল

উত্তৰঃদা-তৰোৱাল।

খ ) নাও প্রস্তুত কৰাৰ দায়িত্বত থকা ফৈদটোৰ নাম কি আছিল ?

উত্তৰঃনাওশলীয়া বৰুৱা ফৈদ।

গ ) কেতিয়াৰপৰা অসমত বন্দুকৰ প্ৰচলন হৈছিল ?

উত্তৰঃ তুৰ্বকৰ লগত হোৱা যুদ্ধত আহোম সকল জয়ী হৈ কিছুমান আগ্নেয়াস্ত্ৰ হস্তগত কৰিছিল। তোতিয়াৰ পৰাই অসমত বন্দুকৰ প্ৰচলন হৈছিল।

ঘ ) বন্দুক হিচাবে ব্যৱহাৰ কৰা আহােম যুগৰ আহিলাবিধৰ নাম কি আছিল ?

উত্তৰঃ বন্দুক হিচাপে ব্যৱহাৰ কৰা আহোম যুগৰ আহিলাবিধৰ নাম হিলৈ আছিল।

২। উত্তৰ লিখাঁ ।

ক ) চোৰবছা ’ সৈন্যৰ কাম কি আছিল ?

উত্তৰঃ

খ) দগা যুদ্ধ কি ?

উত্তৰঃ

গ) শিলাকুটিবিলাকৰ কাম কি আছিল ?

উত্তৰঃ

৩। আহােম ৰাজ্যৰ সৈন্যবাহিনীত কি কি প্ৰকাৰৰ সৈন্য আছিল উল্লেখ কৰাঁ ।

উত্তৰঃ

৪। আহােম ৰাজ্যৰ সৈন্যবাহিনী পৰিচালনা কৰাৰ প্রধান দায়িত্ব কোন কোন বিষয়াই পালন কৰিছিল ?

উত্তৰঃ

৫। যুদ্ধত ব্যৱহাৰ হােৱা হিলৈ আৰু বৰটোপৰ ভাগসমূহ উল্লেখ কৰাঁ ।

উত্তৰঃ

৬। আহােম সৈন্যই যুদ্ধত ব্যৱহাৰ কৰা ধনুকাঁড়ৰ বিষয়ে এটি টোকা লিখা ।

উত্তৰঃ

৭। আহােম সৈন্যবাহিনীত ব্যৱহাৰ হােৱা নাওবিলাকৰ নাম উল্লেখ কৰাঁ ।

উত্তৰঃ

৮। আহােম সৈন্যৰ যুদ্ধৰ কৌশল কেনে আছিল আলােচনা কৰাঁ ।

উত্তৰঃ

৯। আহােমৰ ৰণকৌশল , অস্ত্র – শস্ত্ৰৰ বিষয়ে এটি বিৱৰণ লিখা ।

উত্তৰঃ

Type-Arup koch