ইংৰাজী ভাষাৰ Folklore শব্দটোৰ জাৰ্মান ভাষাৰ সমাৰ্থক শব্দ কি ?

উত্তৰঃ জাৰ্মান ভাষাত Folklore ক Volkskunde বুলি কোৱা হয় ।