পাহাৰীয়া অঞ্চলবোৰ ঠাণ্ডা কিয়?

উঃ উচ্চতা বঢ়াৰ লগে লগে বায়ুন্ডলৰ চাপ কমি যায়। চাপ কমিলে বায়ুৰ প্ৰসাৰণ ঘটেলে বায়ুৰ উষ্ণতা হ্ৰাস পায়।সেইকাৰণে পাহাৰীয়া অঞ্চলবোৰ ঠাণ্ডা।