বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ | Chapter 14 | Class 7 New Science Question And Answer Jatiya Bidyalay | Class 7 Chapter 14 Solution AJB |

অধ্যায়ঃ ১৪

বতাহ ধুমুহা আৰু ঘূৰ্ণীবতাহ

1 . শুদ্ধ উত্তৰটো বাছি উলিওৱা :

( a ) বতাহৰ দিশ নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম

( i ) এনেম’মিটাৰ ( i ) উইণ্ড ভেন ( iii ) বেৰ’মিটাৰ ( iv ) থার্ম’মিটাৰ

উত্তৰঃ ( i ) উইণ্ড ভেন

( b ) বতাহৰ দ্ৰুতি নির্ণয় কৰিবলৈ ব্যৱহাৰ কৰা যতনটোৰ নাম-

( i ) এনেম’মিটাৰ ( ii ) উইণ্ড ভেন ( i ) বেৰ’মিটাৰ ( iv ) থার্ম’মিটাৰ

উত্তৰঃ ( i ) এনেম’মিটাৰ

( C ) বিউফর্ট স্কেলত ধুমুহাৰ স্থান কেই নম্বৰত ?

( i ) 3 ( ii ) 6 ( iii ) 7 ( iV ) 11

উত্তৰঃ ( iV ) 11

( d ) বায়ু-

( i ) বেছি উষ্ণতাৰ ঠাইৰপৰা কম উষ্ণতাৰ ঠাইলৈ বৈ যায় ।

( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় ।

( iii ) সমান উষ্ণতাৰ এখন ঠাইৰপৰা আন এখন ঠাইলৈ বৈ যায় ।

( iv ) i আৰু ii দুয়ােটাই শুদ্ধ

উত্তৰঃ ( ii ) কম উষ্ণতাৰ ঠাইৰপৰা বেছি উষ্ণতাৰ ঠাইলৈ বৈ যায় ।

( e ) কোনাে ঠাইত বায়ুৰ পৰিমাণ কমি গ’লে বায়ুৰ চাপ

( i ) বাঢ়ে

( ii ) কমে

( iii ) এবাৰ বাঢ়ে আৰু এবাৰ কমে

( iv ) ওপৰৰ এটাও নহয়

উত্তৰঃ ( i ) বাঢ়ে

  1. চমু উত্তৰ দিয়া ।

( a ) বতাহ মানে কি ?

উত্তৰঃ বায়ু মানে গতিশীল বায়ু।

( b ) বিউফর্ট স্কেল কি ?

উত্তৰঃ বিউৰ্ফট স্কেল মানে বতাহৰ দ্ৰুতিৰ ওপৰত নিৰ্ভয় কৰি 13 টা ভাগত ভাগ কৰিব পৰা ব্যৱস্থা।

( c ) বতাহ কেনেদৰে উৎপত্তি হয় লিখা ।

উত্তৰঃ বায়ুমণ্ডলত থকা দুখন ঠাইৰ উষ্ণতাৰ বাবে বায়ুৰ উৎপত্তি হয়।

( d ) ধুমুহা কেনেকৈ সৃষ্টি হয় ?

উত্তৰঃ

(e ) ধুমুহাৰ সৈতে বৰষুণ কেতিয়া আহে ?

উত্তৰঃ

( f ) পৃথিৱীৰ ওপৰত বৈ থকা প্রধান বতাহকেইবিধৰ নাম লিখা ।

উত্তৰঃ

( g ) পৃথিৱীৰ ওপৰত উষ্ণতাৰ তাৰতম্য কেনেদৰে ঘটে লিখা ।

উত্তৰঃ

( h ) কোনবিধ মৌচুমী বতাহৰ বাবে অসমত বাৰিষাৰ সৃষ্টি হয় ?

উত্তৰঃ

( i ) তামিলনাডুৰ প্ৰধান বাৰিষা কালটো কোনবিধ মৌচুমী বতাহৰ বাবে হয় ?

উত্তৰঃ

( j ) বিষুৱীয় ঘূর্ণীবতাহ কাক বােলে ?

উত্তৰঃ

( k ) হাৰিকেন , টাইফুন কাক বােলে ?

উত্তৰঃ

( 1 ) টর্ণেড ’ কি ?

উত্তৰঃ

( m ) ঘূর্ণীবতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ ।

উত্তৰঃ

( n ) বিষুৱীয় অঞ্চল কাক বােলে ?

উত্তৰঃ

( 0 ) চাইক্লনত বতাহ কোন দিশত ঘূৰে ?

উত্তৰঃ

  1. বিজুলী – ঢেৰেকনিৰ সময়ত ঘৰৰ ভিতৰত ল’ব লগা সাৱধানতা কি কি ?

উত্তৰঃ

  1. মৌচুমী বতাহ কেনেদৰে উৎপত্তি হয় বর্ণনা কৰাঁ ।

উত্তৰঃ