মাটি | Chapter 10 | Class 7 New Science Question And Answer Jatiya Bidyalay | Class 7 New Science Solution AJB |

অধ্যায়ঃ দশম

মাটি

  1. শুদ্ধ উত্তৰটো বাছি উলিওৱা :

i ) মাটিৰ কণাৰ আকাৰৰ বর্ধমান ক্রমটো হ’ল—

a ) বালি কণা < পলস কণা < বােকা কণা

b ) বােকা কণা < পলস কণা < বালি কণা

c ) বালি কণা < বােকা কণা < পলস কণা

d ) বােকা কণা < বালি কণা < পলস কণা

উত্তৰঃ b ) বােকা কণা < পলস কণা < বালি কণা

ii ) অন্তঃস্ৰৱন আটাইতকৈ বেছি হয়—

a ) বালি মাটিত b ) বােকা মাটিত c ) লােম মাটিত d ) বালি মাটি আৰু বােকা মাটিত

উত্তৰঃ a ) বালি মাটিত

iii ) মৰুভূমিত দিনত যথেষ্ট গৰম ; আকৌ ৰাতি যথেষ্ট ঠাণ্ডা । ইয়াৰ কাৰণ হ’ল—

a ) মৰুভূমিত ৰ’দ বেছি

b ) মৰুভূমিত বৰষুণ হয়

c ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প কম

d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি

উত্তৰঃ d ) মৰুভূমিত কার্বন ডাইঅক্সাইড আৰু জলীয় বাষ্প বেছি

iv ) আধাৰ শিল বুলি কোৱা স্তৰটো হ’ল—

a ) A- স্তৰ b ) B- স্তৰ c ) C- স্তৰ d ) R- স্তৰ

উত্তৰঃ d ) R- স্তৰ

  1. খালী ঠাই পূৰ কৰা :

a ) বােকা মাটিৰ কণাবােৰ আটাইতকৈ বোকা আৰু কণাবােৰ আঠালগা হিচাপে থাকে ।

b ) মাহজাতীয় শস্যৰ বাবে লোম মাটি উপযুক্ত ।

c ) মাটিৰ C- স্তৰৰ তলত থকা স্তৰটো হ’ল R স্তৰ আৰু এই স্তৰটোক আধাৰশিল বুলি কোৱা হয় ।

d ) শিলৰ বিচূৰ্ণীভৱন ঘটি মাটিৰ সৃষ্টি হৈছে ।

  1. মাটি কেই প্রকাৰৰ ? সেইকেইবিধৰ নাম লিখা । কিহৰ ওপৰত ভেটি কৰি এই শ্রেণীবিভাজন কৰা হৈছে ভিত্তি চমুকৈ লিখা ।

উত্তৰঃ

  1. অন্তঃস্ৰৱন বুলিলে কি বুজা? কোনবিধ মাটিৰ ক্ষেত্ৰত অন্তঃস্ৰবন বেছি আৰু কোনবিধত কম?

উত্তৰঃ

  1. পৰীক্ষাৰদ্বাৰা মাটিৰ আর্দ্রতা কেনেদৰে প্ৰমাণ কৰিব পাৰি লিখা ।

উত্তৰঃ

  1. বালি মাটি খেতিৰ বাবে কিয় উপযুক্ত নহয় বর্ণনা কৰা ।

উত্তৰঃ

  1. কোনবিধ মাটিয়ে পানী আটাইতকৈ বেছি শােষণ কৰে ? পানী শােষণ কৰা দেখুৱাবলৈ এটা পৰীক্ষা বর্ণনা কৰাঁ ।

উত্তৰঃ বালি মাটিত পানী শোষণ ক্ষমতা বেছি।

পৰীক্ষাঃ

  1. বাওফালৰ প্রতিটোৰ সৈতে সোঁফালৰ প্ৰতিটোক মিলােৱা ।

a ) O-স্তৰ i ) আটাইতকৈ টান স্তৰ

b ) A- স্তৰ ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ

c ) B- স্তৰ iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ

d ) R – স্তৰ iv ) শিপা মণ্ডল নামেৰেও জনা যায়

উত্তৰঃ a ) O-স্তৰ= iii ) অকল জৈৱ পদাৰ্থৰ স্তৰ

       b ) A- স্তৰ =  iv ) শিপা মণ্ডল নামেৰেও জনা যায়   

        c ) B- স্তৰ =  ii ) আইন , এলুমিনিয়াম আদি থকা স্তৰ 

       d ) R - স্তৰ =  i ) আটাইতকৈ টান স্তৰ 

DIKHA BORA