‘হুঁচৰি’ কাক বোলে ?

উত্তৰঃ গৃহস্থৰ মংগলৰ অৰ্থে গৃহস্থৰ ঘৰলৈ গৈ বয়োজ্য়েষ্ঠসকলে ঘোষা, পদ লগাই গোৱা হৰিনাম খিনিকে ‘হুঁচৰি’ বোলা হয় ।