১। হৰুপেশ্বৰ নগৰত কি মন্দিৰ নিৰ্মাণ কৰিছিল।

উওৰ = হৰুপেশ্বৰ নগৰত হেতুকা চুলিন মন্দিৰ নিৰ্মাণ কৰিছিল।

২। কোনে পৰম – মহেশ্বৰ উপাধি লাভ কৰিছিল।

উওৰ = কামেশ্বৰ মহাগৌৰী উপাধি লাভ কৰিছিল।

৩। বলৰ্বমণ কি ভক্ত আছিল।

উওৰ = বলৰ্বমণ শিবভক্ত আছিল।

৪। তেওঁ কি আৰম্ভ কৰিছিল।

উওৰ = তেওঁ মঙ্গল আৰম্ভ কৰিছিল।

৫। মহাবৰাহৰ কি ?

উওৰ = মহাবৰাহৰ হল শিৱ আন এটা নাম।

৬। কোনে কিয় মাটি ধাৰ্য কৰিছিল।

উওৰ = মহাগৌৰী কামেশ্বৰ মাটি ধাৰ্য কৰিছিল।

৭। এই ফলিত খন কি মন্দিৰ উল্লেখ কৰিছিল।

উওৰ = এই ফলিত শম্ভমন্দিৰ নিমাণ কৰিছিল।

৮। অৱতাৰ আৰ ৰূপবোৰ কি কি আছিল।

উওৰ = অৱতাৰ আৰু ৰূপবোৰ হল দুৰ্গা,কালি,উমা,কামাখ্য,তাৰা,চণ্ডি,চামুণ্ডা,ভূবনেশ্বৰী,উগ্ৰতাৰা,ভৈৰৱী,বিন্ব্যাবাসিনী,শাকম্ভাবী।

৯। নীলাচল পাহাৰত পৰা শক্তি কি আছিল।

উওৰ = নীলাচল পাহাৰত শক্তি হল কালি,বগলা,চিন্নমষ্টা,মাতঙ্গ,ভূৱনেশ্বৰ,তাৰা ষোড়ষী,ধুমাৱতী,এিপুৰা-সুন্দৰী,ভৈৰৱী।

১০। কামাখ্যা অন্য ৰূপ এটা কি আছিল।

উওৰ = কামাখ্যা অন্য এটা ৰূপ বা অৱতাৰ আছিল ষোড়ষী কুমাৰী।

১১। যোগিনী তন্ৰমতে কামাখ্যা কি আছিল।

উওৰ = যোগিনী তন্ৰমতে কামাখ্যা শ্মশানৰ দেৱী বা কালি।

১২। দেৱী কাহিনীবোৰ ক,ত প্ৰকাশ কৰিছে।

উওৰ = দেৱী কাহিনীবোৰ কালিকাপুৰাণ,যোগিনীতন্ৰ,মাৰ্কণ্ডেয়পুৰাণ,দেৱীপুৰাণ প্ৰকাশ কৰিছে।

১৩। শক্তিপীঠ হোৱা দুখন ঠাইত নাম লিখা ।

উওৰ = শক্তিপীঠ হোৱা দুখন ঠাইত নাম হল শদিয়াত আৰু গোৱালপাৰা।

১৪। অসমত গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ কত কত আছিল।

উওৰ = অসমত গুৰুত্বপূৰ্ণ আন শক্তিপীঠবোৰ হল কামাখ্যা উগ্ৰতাৰা,দীৰ্ঘেশ্বৰী,মহাভৈৰৱী,শিলঘাটৰ দ্বিতীয় কামাখ্যা,ডবকা,তান্ৰেশ্বৰী,মালিনীথান,বিশ্বনাথ,তুক্ৰেশ্বৰী আৰুশিঙ্গী।