গ্ল’ছেমেটিকছ মানে কি ?

উত্তৰ = ভাষাৰ ন্যায়শাস্ত্ৰগত তাত্তিক ভিত্তিৰ ওপৰত নিৰ্ভৰ কৰি দ্যছ্যছুৰ উদ্ভাৱিত গাঁথনিক বিশ্লষণৰ যি নতুন ভাষাবৈজ্ঞানিক ব্যাখ্যা আগবঢ়োৱা হৈছিল সেই তত্ত্ব ‘গ্ল’ছছেমেটিকছ ।