প্ৰেগমেটিকছ মানে কি ?

উত্তৰ = ভাষা – বিশ্লেষণ তথা বৈয়াকৰণিক জগতলৈ এক শেহতীয়া অৱদান হ’ল প্ৰেগমেটিকছ’ । এই তত্ত্বক অৰ্থতত্ত্বক এক প্ৰশাখা বুলিবও পাৰি ।