অৰুণিমা সিনহা | Class 10 Assamese Question Paper | Class 10 Assamese All Question | 2010 to 2020 All Class 10 Question in Assamese Book | ২০১১ৰ চনৰ পৰা ২০২০ লৈ | দশম মান শ্ৰেণীৰ অসমীয়া প্ৰশ্ন | Class 10 Assamese Book Question Bank |

 গোট-৩

অৰুনিমা সিনহা 

A. অতি চমু প্ৰশ্নাৱলী ঃ

মূল্য়াংকঃ ১ নম্বৰকৈ 

১। অৰুণিমা সিনহাৰ কোনবিধ খেলত বিশেষ দক্ষতা আছিল ? [HSLC’20]

 B.  চমু প্ৰশ্নাৱলী –

মূল্য়াংকঃ ২/৩ নম্বৰকৈ 

১। একোগৰাকী ব্য়ক্তিয়ে নিজৰ প্ৰতিভাৰে জাতীয় জীৱনত জিলিকি উঠা আন সহস্ৰজনৰ বাবে আশা আৰু প্ৰেৰণাৰ বতৰা কঢ়িয়াই আনে। – কথাষাৰৰ যুক্তিযুক্ততা অৰুণিমা সিনহাৰ জীৱনৰ আধাৰত বুজাই লিখা । [HSLC’20] 

২। এভাৰেষ্টৰ বুকুত ভৰি থৈয়ে অৰুণিমাহঁতে খৰখেদাকৈ কিয় নামি আহিবলৈ বাধ্য় হৈছিল ? [HSLC’20]

Type by- Bikul Mandal